নাৰায়ণপুৰ শিক্ষা খন্ডৰ অন্তৰ্গত ৰাধাপুখুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰম ধৰনে নতুন বছৰক আদৰণি জনালে বিদ্যালয়ৰ পৰিয়ালে ৷ প্ৰধান শিক্ষয়িত্ৰী মনোৰঞ্জনা দেউৰী আৰু জ্যেষ্ঠ শিক্ষক ৰুবুল শইকীয়াৰ নেতৃত্বত বিদ্যালয়খনত সকলো শিক্ষাগুৰু , ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মিলি বিদ্যালয়ৰ চৌদিশে বন্তি প্ৰজ্বলন কৰাৰ লগতে ধুপ-ধূনা জ্বলাই ভগৱানৰ শ্ৰীচৰনত প্ৰাৰ্থনা জনাই ৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটোত শিক্ষাগুৰুসকলৰ শ্ৰীচৰণত গুৰুসেৱা কৰাৰ লগতে পিতৃ-মাতৃৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰি বছৰটোৰ বাবে সংকল্প গ্ৰহণ কৰে ৷ বছৰৰ প্ৰথম দিনটোত নিজৰ লগতে সমাজ আৰু বিদ্যালয়ৰ কুশল মঙ্গল কামনাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে সুনাগৰিক হোৱাৰ সংকল্প গ্ৰহণো কৰে ৷ বিদ্যালয়খনৰ ব্যতিক্ৰমী প্ৰয়াসক সাউকুছি গাঁৱৰ ৰাইজে সদযোগিতা আগবঢ়াই সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে ৷ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াসে বহুজনৰ মন মুগ্ধ কৰি তোলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના રાણપુર નજીક જીપડાલું અને ટ્રેક્ટર વચ્ચે અકસ્માતમાં 10 વ્યક્તિઓ ઘાયલ
ડીસા-રાણપુર રોડ પર આજે વહેલી સવારે મજૂરો ભરીને બટાકાના તોલમાં જઈ રહેલા લોકોને અકસ્માત નડ્યો હતો....
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
Mumbai में ट्रेनी एयर होस्टेस की हत्या, आरोप सफाई कर्मचारी पर | City Centre
Mumbai में ट्रेनी एयर होस्टेस की हत्या, आरोप सफाई कर्मचारी पर | City Centre
Jammu Kashmir Terrorist Attack Update: आतंकी हमले के चश्मदीद ने बताया कैसे चली गोलियां? | Aaj Tak
Jammu Kashmir Terrorist Attack Update: आतंकी हमले के चश्मदीद ने बताया कैसे चली गोलियां? | Aaj Tak
दरंग चरणधारा गरियापारा में दिल दहला देने वाला हत्या कांड : पति के हाथों हुई पत्नी की हत्या
दरंग चरणधारा गरियापारा में दिल दहला देने वाला हत्या कांड : पति के हाथों हुई पत्नी की हत्या