নাৰায়ণপুৰ শিক্ষা খন্ডৰ অন্তৰ্গত ৰাধাপুখুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰম ধৰনে নতুন বছৰক আদৰণি জনালে বিদ্যালয়ৰ পৰিয়ালে ৷ প্ৰধান শিক্ষয়িত্ৰী মনোৰঞ্জনা দেউৰী আৰু জ্যেষ্ঠ শিক্ষক ৰুবুল শইকীয়াৰ নেতৃত্বত বিদ্যালয়খনত সকলো শিক্ষাগুৰু , ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মিলি বিদ্যালয়ৰ চৌদিশে বন্তি প্ৰজ্বলন কৰাৰ লগতে ধুপ-ধূনা জ্বলাই ভগৱানৰ শ্ৰীচৰনত প্ৰাৰ্থনা জনাই ৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটোত শিক্ষাগুৰুসকলৰ শ্ৰীচৰণত গুৰুসেৱা কৰাৰ লগতে পিতৃ-মাতৃৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰি বছৰটোৰ বাবে সংকল্প গ্ৰহণ কৰে ৷ বছৰৰ প্ৰথম দিনটোত নিজৰ লগতে সমাজ আৰু বিদ্যালয়ৰ কুশল মঙ্গল কামনাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে সুনাগৰিক হোৱাৰ সংকল্প গ্ৰহণো কৰে ৷ বিদ্যালয়খনৰ ব্যতিক্ৰমী প্ৰয়াসক সাউকুছি গাঁৱৰ ৰাইজে সদযোগিতা আগবঢ়াই সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে ৷ এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াসে বহুজনৰ মন মুগ্ধ কৰি তোলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
घर में बैठा कोबरा सांप, बड़ी मशक्कत से रेस्क्यु कर मुकंदरा हिल्स टाईगर रिजर्व में छोड़ा|Kanwas News
घर में बैठा कोबरा सांप, बड़ी मशक्कत से रेस्क्यु कर मुकंदरा हिल्स टाईगर रिजर्व में छोड़ा|Kanwas News
4 High Protein Breakfast Smoothie Recipes | Weight Loss Breakfast Smoothie | 4 Oats Smoothie Recipes
4 High Protein Breakfast Smoothie Recipes | Weight Loss Breakfast Smoothie | 4 Oats Smoothie Recipes
अमरीका में माहेश्वरी समाज ने भारतीय संस्कृति को सहेज कर रखा है: डॉ.नवीन माहेश्वरी
कोटा. अमरीका के फिलाडेल्फिया में माहेश्वरी महासभा नॉर्थ अमरीका की ओर से इंटरनेशनल माहेश्वरी...
संजय जीते फिर भी Brijbhushan क्यों आगे? अंदर का खेल Sakshi Malik ने रोते हुए इशारे में समझा दिया!
संजय जीते फिर भी Brijbhushan क्यों आगे? अंदर का खेल Sakshi Malik ने रोते हुए इशारे में समझा दिया!
ખેડા મહુધાના વડથલ ખાતે બંદૂક અને તલવારની અણીએ 4 લાખથી વધુ ચોરી 2022 | Spark Today News Vadodara
ખેડા મહુધાના વડથલ ખાતે બંદૂક અને તલવારની અણીએ 4 લાખથી વધુ ચોરી 2022 | Spark Today News Vadodara