পূনৰ ৰাজ্যৰ সূলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল ওলোৱাত হাহকাৰ লাগিছে ৰাইজৰ মাজত৷উল্লেখ্য যে ৰঙিয়া যোগান বিভাগৰ অধীনৰ হাজো সমষ্টিৰ বাৰাংহাটীৰ এখন সূলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে একাংশ ৰাইজ৷সমষ্টিটোৰ অধীনস্থ পশ্চিম বড়িগোগ সমবায় সমিতিয়ে প্ৰদান কৰা উক্ত চাউল স্থানীয় এজেণ্টেে হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছিল৷জানিব পৰামতে বিদ্যালয়ৰ মধ্যহ্ন ভোজনটো উক্ত চাউল ভক্ষণ কৰি একাংশ ছাত্ৰছাত্ৰী পেটৰ অসুখত ভূগিছে৷এই সংক্ৰান্তত বিভাগীয় ভাবে কোনো তদন্ত কৰাৰ খৱৰ এতিয়ালৈ পোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাঙলৰ মুঠিত ধৰি খেতিয়কে কি দৰে সপোন ৰচে শিক্ষাৰ্থীসকলে উপলব্ধি কৰাৰ উদ্দেশ্যই এখন বিদ্যালয়ৰ প্ৰয়াস
ৰাজ্যৰ বিদ্যালয় সমূহ এতিয়াও কি ভাষাত ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিব তাক লৈ বিতৰ্কৰ চলি...
Amreli l દુધાળા ગામ નજીક વાડી વિસ્તારમાં મહાકાય અજગર નીકળ્યો l Divyang News
Amreli l દુધાળા ગામ નજીક વાડી વિસ્તારમાં મહાકાય અજગર નીકળ્યો l Divyang News
થરાદ બેઠક પરથી ગુલાબસિંહ રાજપૂતે એ ભર્યું ફોર્મ@Live24 NewsGujarat
થરાદ બેઠક પરથી ગુલાબસિંહ રાજપૂતે એ ભર્યું ફોર્મ@Live24 NewsGujarat
Review of Kathal: A self-assured Sanya Malhotra carries a shoddy crime drama on her own. - Newzdaddy
Review of Kathal: A self-assured Sanya Malhotra carries a shoddy crime drama on her own.
Saga:...
ધાનેરામાં પ્રજાપતિ સમાજનો સ્નેહમિલન કાર્યક્રમ યોજાયો,
પ્રજાપતિ સમાજનો સ્નેહમિલન કાર્યક્રમ યોજાયો હતો,પ્રજાપતિ સમાજના સ્નેહમિલન કાર્યક્રમમાં...