পূনৰ ৰাজ্যৰ সূলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল ওলোৱাত হাহকাৰ লাগিছে ৰাইজৰ মাজত৷উল্লেখ্য যে ৰঙিয়া যোগান বিভাগৰ অধীনৰ হাজো সমষ্টিৰ বাৰাংহাটীৰ এখন সূলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিছে একাংশ ৰাইজ৷সমষ্টিটোৰ অধীনস্থ পশ্চিম বড়িগোগ সমবায় সমিতিয়ে প্ৰদান কৰা উক্ত চাউল স্থানীয় এজেণ্টেে হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছিল৷জানিব পৰামতে বিদ্যালয়ৰ মধ্যহ্ন ভোজনটো উক্ত চাউল ভক্ষণ কৰি একাংশ ছাত্ৰছাত্ৰী পেটৰ অসুখত ভূগিছে৷এই সংক্ৰান্তত বিভাগীয় ভাবে কোনো তদন্ত কৰাৰ খৱৰ এতিয়ালৈ পোৱা নাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેવગઢબારિયા નગરમાં ગણપતિ બાપા આગમની શોભાયાત્રા કાઢવામાં આવી
દેવગઢબારિયા નગરમાં ગણપતિ બાપા આગમની શોભાયાત્રા કાઢવામાં આવી
बूँदी जिला कलेक्टर ने समझी नन्हें मुन्नो की पीड़ा.2 दिन का बढ़ाया अवकाश.
बूँदी. जिला कलेक्टर बूँदी अक्षय गोदारा ने अत्यधिक सर्दी को देखते हुए अपनी शक्तियों का प्रयोग करते...
बाड़मेर विधायक डॉ प्रियंका चौधरी ने लिया राजकीय अस्पताल का जायजा
बाड़मेर विधायक डॉ प्रियंका चौधरी ने लिया राजकीय अस्पताल का जायजा
मराठ्यांच्या इतिहासाचे वारसदार Pakistan मध्ये राहून मराठी संस्कृती जपतायत। Bol Bhidu। #BugtiMaratha
मराठ्यांच्या इतिहासाचे वारसदार Pakistan मध्ये राहून मराठी संस्कृती जपतायत। Bol Bhidu। #BugtiMaratha
લાલ સિંહ ચઢ્ઢા રિવ્યુ: આમિર ખાને લાલ સિંહ તરીકે 100 ટકા આપ્યું, વાર્તા થોડી લાંબી થઈ
સ્ટાર કાસ્ટ: આમિર ખાન, કરીના કપૂર, નાગા ચૈતન્ય, મોના સિંહ, માનવ વિજ
ડિરેક્ટરઃ અદ્વૈત જૈન...