অসম চৰকাৰৰ আহ্বানত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ মৃত্যু দিৱস উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত লোক কল্যাণ দিৱসটি আনুষ্ঠানিক ভাৱে উদযাপন কৰা হয় । তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ডা° বেদাংগ তালুকদাৰে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি লোক কল্যাণ দিৱসৰ শুভাৰম্ভ কৰে আৰু মহান জননেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লোক কল্যাণ দিৱসৰ সৈতে সংগতি ৰাখি মহান নেতা গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত তামুলপুৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নাৰায়ণ কলিতাই সুন্দৰ ভাৱে আলোকপাত কৰে ৷তেওঁ নিজৰ বক্তব্যত গোপীনাথ বৰদলৈ দেৱৰ আদৰ্শৰে কাম কৰি দেশ আৰু জাতিৰ হ’কে কাম কৰি যাবলৈও আহ্বান জনায় । জিলা উপায়ুক্ত গৰাকীয়ে মহান জননেতা গৰাকীৰ জীৱনবোধ, দেশপ্ৰেম আৰু জাতিপ্ৰেমৰ কথা সোঁৱৰাই দিয়ে লগতে তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কৰ্মৰাজিক সদায় স্মৰণ কৰিব লাগিব বুলি কৈ পুনৰ কয়- আমাৰ মুখ্য মন্ত্ৰী গৰাকীয়ে দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসম ক শ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰূপন কৰিবলৈ চেষ্টা কৰিছে এইটো অকলে সম্ভৱ নহয় ৷ সেয়ে সমূহ কৰ্মচাৰীক এই যাত্ৰাত সহযোগ কৰিবলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈ, তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়া প্ৰমুখ্যে উপায়ুক্ত কাৰ্যালয়ৰৰ আন বিষয়া কৰ্মচাৰী, বিশিষ্ট নাগৰিক, তামুলপুৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে উপায়ুক্ত কোকিলা গগৈ, তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়া প্ৰমুখ্যে উপায়ুক্ত কাৰ্যালয়ৰৰ আন বিষয়া কৰ্মচাৰী, বিশিষ্ট নাগৰিক, তামুলপুৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भजनलाल सरकार ने पलटा गहलोत राज का बड़ा फैसला, राजस्थान में अब 50 जिले ही होंगे
जयपुर। राजस्थान में जिलों को लेकर एक बड़ा अपडेट सामने आया है। माना जा रहा था कि राजस्थान देश में...
গেলেকীত শিশু ভাওনা সমাৰোহৰ আয়োজন
ন-পাম বাৰুৱতী দেওপানী গোহাঁই নাট্যমন্দিৰত জ্যোতিময় সাংস্কৃতিক মঞ্চ গেলেকীৰ উদ্যোগত বৃহত্বৰ...
हिरन के अज्ञात वाहन ने मारी टक्कर गंभीर घायल
स्टेट हाइवे 70 पर अज्ञात वाहन ने विनायका के पास हिरन के टक्कर मार दी जिससे गंभीर घायल हो...
રાધનપુર બેંક ઓફ બરોડામાં ધરમધકકા ખાવા પડે | SatyaNirbhay News Channel
રાધનપુર બેંક ઓફ બરોડામાં ધરમધકકા ખાવા પડે | SatyaNirbhay News Channel
રાજ્યમાં લઠ્ઠાકાંડની ચર્ચાથી ખળભળાટ : દેશી દારૂ પીતા 8નાં મોત, 5થી વધુની હાલત ગંભીર;
ભાવનગર-બોટાદની હોસ્પિટલમાં ખસેડવામાં આવ્યા
બોટાદના બરવાળાના રોજિદ ગામે ઝેરી દારૂ પી જવાથી 8થી વધુ લોકોનાં મોત તેમજ 5થી વધુ લોકોની હાલત ગંભીર...