ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপনত ৩৭।নং ৰাষীীয় ঘাই পথত এজনলোক গুৰুতৰ ভাৱে আহত হয় । শিৱসাগৰৰ পৰা ডিব্ৰুগড়।অভিমুখী AS04 J2081 নম্বৰৰ বাহনখনত অচিনাক্ত বাহন এখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা গ্ৰস্ত ।বাহনখনৰ যথেষ্ট ক্ষতিসাধন ।হোৱাৰ লগতে চালকজন শিৱসাগৰৰ শান্তিপুৰ উমা বৰগোঁহাই পথৰ নিৱাসী ৬১ বছৰীয়া সুৱল বৰুৱা গুৰুতৰ ভাৱে আহত হয় । আহত।লোকজনক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ডিব্ৰুগড় অসম মেডিকেললৈ প্ৰেৰন কৰাহয়। মৰাণ আৰক্ষীয়ে বাহন খন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Electric Mobility Promotion Scheme 2024 का एलान, Auto Shares are in focus
Electric Mobility Promotion Scheme 2024 का एलान, Auto Shares are in focus
iPhone 16 सीरीज के लॉन्च से पहले सामने आईं कीमत और स्पेसिफिकेशन्स, सभी मॉडल में मिलेंगे AI फीचर्स
Apple iPhone 16 सीरीज जल्द लॉन्च होने वाली है। इस सीरीज के चार मॉडल iPhone 16 iPhone 16 Plus...
ભાભર સુઇગામ હાઇવે ઉપર આખલા ની અડફેટ આવતાં બાઇક સવાર યુવક નું મોત
ભાભર સુઇગામ હાઇવે ઉપર આખલા ની અડફેટ આવતાં બાઇક સવાર યુવક નું મોત