কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অধীনস্থ আৰু ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বাৰাংহাটী গাওঁ পঞ্চায়ত কাৰ্য্যালয় চৌহদত আজি আবেলি এটি পঞ্চায়ত ভৱন নিৰ্মাণৰ শুভাৰম্ভণি কৰে৷ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান ২০১৯-২০ বৰ্ষৰ বিত্তীয় অনুদানৰ বিশ লক্ষ্য টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব পঞ্চায়ত ভৱনটোৰ৷আজি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি,ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়া জয়ন্ত কুমাৰ কলিতা,আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস,বাৰাংহাটী গাওঁ পঞ্চায়তৰ সভানেত্ৰী শেৱালি কলিতা,আঞ্চলিক সদস্যা ৰূমা মজুমদাৰেে উক্ত ভৱন নিৰ্মাণত সহযোগ কৰে৷নিৰ্মাণৰ শুভাৰম্ভৰ পিচতে বাৰাংহাটী গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷উক্ত সভাত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস,বাৰাংহাটীৰ গাওঁপ্ৰধান পংকজ শইকীয়া,অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য কলিতা,যুৱ সমাজকৰ্মী হিতেশ্বৰ কলিতা,বিশু ডেকা আদিকৰি কেইবাজনো লোকে বক্তব্য দিয়ে৷ইয়াৰোপৰি উক্ত সভাতে সুদৰ্শন ক্লাৱ,বাৰাংহাটীৰ তৰফৰ পৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী,গাওঁ পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক সদস্যাক ফুলাম গামোছাৰে শুভেচ্ছা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Low budget Diet to Gain Weight FAST | जल्दी Weight बढ़ाने की सस्ती डाइट
Low budget Diet to Gain Weight FAST | जल्दी Weight बढ़ाने की सस्ती डाइट
Kolhapur : दारुच्या नशेत डोक्यात दगड घातला, मित्राला पोलीस कोठडी...BPN news network
Kolhapur : दारुच्या नशेत डोक्यात दगड घातला, मित्राला पोलीस कोठडी...BPN news network
કામરેજ વિધાનસભાના વોર્ડ નંબર. ૧૬ ના ચૂંટણી પેટા કાર્યાલયનુ શુભારંભ કરવામાં આવ્યું.
ભાજપના ઉમેદવાર પ્રફુલભાઈએ જણાવ્યું હતું કે ૧૫૮-કામરેજ વિધાનસભાના વોર્ડ નંબર. ૧૬ ના ચૂંટણી પેટા...
আগৰতলাৰ পৰা বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
আগৰতলাৰ পৰা বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
જેસરમાં લંબી વાયરસને લઈને રસીકરણ કામગીરી
જેસરમાં લંબી વાયરસને લઈને રસીકરણ કામગીરી