সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিৰ সহযোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত অনুষ্ঠিত কৰা হল দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী।জনজাতিকৰণ প্ৰদান কৰা, অসমত বসবাস কৰা আদিবাসী তথা চাহ বাগিচা অধ্যুষিত সমূহৰ ভূমিৰ অধিকাৰ ও অাৱন্টন প্ৰদান কৰা।অসমত বসবাস কৰা আদিবাসী সকলক obc জনজাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ *আদিবাসী জাতীয় মঞ্চ ক* কৃতিত্ব প্ৰদান কৰা,আদিবাসী চাহ শ্ৰমিক সকলক দৈনিক মজুৰি বৃদ্ধি কৰা,চাহ বাগিচা সমূহৰ প্ৰথমিক শিক্ষা উন্নত মানদণ্ড আৰু বিজ্ঞান সন্মত ভাবে উন্নত কৰণ কৰা আৰু অসমৰ চাহ বাগিচা সমূহ উচ্ছেদ বন্ধ কৰাৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰা হয়।উক্ত কাৰ্যসূচীত আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতি আৰু জিলা খনৰ আঞ্চলিক সমিতি সমূহৰ নেতা কৰ্মী সকল অংশ গ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
એકનાથ શિંદે અને ભાજપ ઉદ્ધવ ઠાકરેને પ્રથમ ચૂંટણીમાં ઝટકો આપવાની તૈયારીમાં
શિવસેના સામે બળવો કરીને સીએમ બનેલા એકનાથ શિંદે હવે ઉદ્ધવ ઠાકરેને નવો ઝટકો આપવા જઈ રહ્યા છે. ટુંક...
नई Mercedes E-Class LWB भारत में हुई लॉन्च; कीमत 78.5 लाख रुपये, BMW 5 Series LWB को देगी टक्कर
Mercedes E-Class LWB launched in India मर्सिडीज-बेंज इंडिया ने भारत में 6-जनरेशन की Mercedes...
এ পি এছ চিৰ অধ্যক্ষলৈ ন্যায়িক আয়োগৰ জাননী
অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীলৈ জাননী জাৰি কৰিছে ন্যায়িক আয়োগে। অৱসৰপ্ৰাপ্ত...
Vande Bharat Train: शुरू होगी राजस्थान की चौथी वन्दे भारत #Local18
Vande Bharat Train: शुरू होगी राजस्थान की चौथी वन्दे भारत #Local18