বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ মিজিকাজানত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ স্বামীয়ে কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক ৷ হত্যাকাৰী স্বামী মুকুন তাঁতীয়ে নিজৰ পত্নী অঞ্জলি তাঁতীক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ পাৰিবাৰিক কণ্ডলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হয় ৷ জিনজিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ লগতে আটক কৰিছে হত্যাকাৰী স্বামী মুকুনক
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মুছলপুৰত বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
বাক্সা: চৰকাৰী চাকৰি লাভেই ছাত্ৰ- ছাত্ৰীসকলৰ জীৱন লক্ষ্য হোৱা উচিত নহয় ৷ শিক্ষা-দীক্ষা...
Arvind Kejriwal Arrested Updates: आज कोर्ट में होगी केजरीवाल की पेशी, ED दफ्तर के बाहर कड़ी सुरक्षा
Arvind Kejriwal Arrested Updates: आज कोर्ट में होगी केजरीवाल की पेशी, ED दफ्तर के बाहर कड़ी सुरक्षा
धरमपुरा में गिरे ओले जमीन पर छाई सफेदी फसल धरासाई
धरमपुरा में गिरे ओले जमीन पर छाई सफेदी फसल धरासाई
पन्ना देवेंद्र नगर क्षेत्र में...
दिल्ली के रोहिणी में नाबालिग का यौन उत्पीड़न करने वाला आरोपित गिरफ्तार
दिल्ली के रोहिणी इलाके में एक नाबालिग का यौन उत्पीड़न करने के आरोप में एक व्यक्ति को गिरफ्तार...
જિલ્લા ચૂંટણી અધિકારીશ્રીના હસ્તે 'હું મત આપીશ' સિગ્નેચર કેમ્પેઇનનો પ્રારંભ
જિલ્લા ચૂંટણી તંત્ર અને જિલ્લા માહિતી કચેરી દ્વારા તૈયાર કરવામાં આવેલા મીડિયા સેન્ટર ખાતે...