দেওমৰনৈৰ পাৰ্শ্বৱৰ্তী বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সাধাৰণ সভা আৰু অভিভাৱক সন্মিলনখনি সম্পন্ন হৈ যায় ৷ বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কামাল উদ্দিন আহমেদে আঁতধৰা সভাখন সঞ্চালনা কৰে দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীয়ে। সভাত বিশিষ্ট অধিবক্তা ধ্ৰুৱজ্যোতি শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষক,শিক্ষাৰ্থী,অভিভাৱক আৰু সাম্প্ৰতিক সময়ৰ ওপৰত মনোজ্ঞ আলোচনা আগবঢ়ায় ৷ মঙ্গলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মুকুট শৰ্মা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ জিংকুমণি নাথক অভিনন্দন জ্ঞাপন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
|| તળાજા ના પીપરલા ગામે જન્માષ્ટમીની ભવ્ય ઉજવણી ||#kishn janmotsav#tlaja#piprla#village
|| તળાજા ના પીપરલા ગામે જન્માષ્ટમીની ભવ્ય ઉજવણી ||#kishn janmotsav#tlaja#piprla#village
Rahul Gandhi America Visit: US में Rahul का बड़ा बयान, 'BJP वाले भारत को नहीं समझते' | Congress
Rahul Gandhi America Visit: US में Rahul का बड़ा बयान, 'BJP वाले भारत को नहीं समझते' | Congress
शारीरिक शिक्षक ने गरीब बच्चों को बांटी 15 ड्रेस
शारीरिक शिक्षक ने गरीब बच्चों को बांटी 15 ड्रेस
श्रीमाधोपुर
पीएम श्री राजकीय उच्च...
Black and White: PM Modi का US दौरा काफी अहम | PM Modi US Visit | Joe Biden | Aaj Tak News
Black and White: PM Modi का US दौरा काफी अहम | PM Modi US Visit | Joe Biden | Aaj Tak News