বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ মিজিকাজানত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ স্বামীয়ে কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক ৷ হত্যাকাৰী স্বামী মুকুন তাঁতীয়ে নিজৰ পত্নী অঞ্জলি তাঁতীক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ পাৰিবাৰিক কণ্ডলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হয় ৷ জিনজিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ লগতে আটক কৰিছে হত্যাকাৰী স্বামী মুকুনক
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજાના દિહોર ગામે ટેન્કર વીજપોલ સાથે ધડાકાભેર અથડાતા અફડા તફડી મચી
તળાજાના દિહોર ગામે ટેન્કર વીજપોલ સાથે ધડાકાભેર અથડાતા અફડા તફડી મચી
કપડા વિતરણ કરાયા
આજરોજ વિશ્વ હિન્દુ પરિષદ અને બજરંગ વતી થી પટવારી મનીષભાઈ પંચાલ ના સહયોગ થી ખેડબ્રહ્મા તાલુકા ની...
মৰিগাঁও জিলা দিৱসৰ বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে অজস্ৰজনক
মৰিগাঁও জিলা দিৱসৰ বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে অজস্ৰজনক । একপ্ৰকাৰ জনসমুদ্ৰত...
108MP अल्ट्रा क्लियर कैमरे वाला दमदार फोन आज होगा लॉन्च, AI फीचर्स से होगा लैस
आज यानी 11 सितंबर को टेक्नो अपने भारतीय ग्राहकों के लिए Pova 6 Neo 5G लॉन्च कर रहा है। इस फोन का...
ચલાલી ગામે મકાઈના ખેતર ફરતે ઇલેક્ટ્રીક કરંટ મુકતા વૃદ્ધનું મોત
કાલોલ તાલુકાના નવાગામ રિંછીયા ખાતે રહેતા અને છૂટક કડિયા કામ કરતા ગોરધનભાઈ પાર્સિંગભાઈ રાઠવા...