নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি গাওঁ নিবাসি কুসুম দেৱী(৬৮)ৰ আজি আবেলি নিজ বাসভৱনত মৃত্যু হয়৷উল্লেখ্য যে যোৱা ২৩ ডিচেম্বৰ আবেলি নিজ গৃহত দৈনন্দিন কৰ্মকৰি থাকোতে উচ্চ ৰক্তচাপ জনিত ৰোগত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে৷লগে লগে ওচৰচুবুৰীয়াই তৎপৰাতাৰে প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত নলবাৰীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাই৷উক্ত চিকিৎসালয়ত তিনিদিন ধৰি চিকিৎসা কৰিও কোনো সুফল নোপোৱাত আজি নিজ গৃহলৈ উভতাই অনাৰ কিছু মুহুৰ্তৰ পিচতে তেওঁৰ মৃত্যু হয়৷জিৱীত কালত অঞ্চলটোৰ সকলো ধৰ্মীয় অনুষ্ঠানতে জৰিত থকাৰ লগতে এগৰাকী নিপুণ শিপিনী হিচাবে পৰিচিত আছিল৷আজি তেওঁৰ মৃত্যুত পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মণ্ডপ,দেহাৰকুছি মনসাপীঠ,দেহাৰকুছি কালিমন্দিৰ,মহিলা সমাজ আদিকৰি অসংখ্য দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত তেওঁ পতি সহ এগৰাকী পুত্ৰ,চাৰি গৰাকী বিবাহিত জীজোঁৱাইৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुलिस लाइन में बनेगा एसटीएफ के लिए चार मंजिला भवन
आगरा: पुलिस लाइन में एसटीएफ के लिए चार मंजिला भवन तैयार किया जाएगा। एसएसपी प्रभाकर चौधरी ने नए...
তিনিচুকীয়াত অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে অসম ষ্টেট আউটাৰ্ছ পাৱাৰ ইউনিয়নৰ সংবাদমেল
তিনিচুকীয়াত অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে অসম ষ্টেট আউটাৰ্ছ পাৱাৰ ইউনিয়নৰ সংবাদমেল
Samsung Galaxy S24 Ultra Price: सैमसंग का फोन 30 हजार रुपये सस्ता, AI फीचर्स और 200MP कैमरा से है लैस
सैमसंग का फ्लैगशिप Samsung Galaxy S24 Ultra स्मार्टफोन 30 हजार रुपये सस्ता मिल रहा है। अमेजन पर...
कुआखेड़ा के पास अनियंत्रित होकर पलटी कार।
तीन घायल, कटनी जिला चिकित्सालय रेफर।
प्रयागराज के हड़िया से सूरत जा रही एक बोलेरो कार क्रमांक...
বঙাইগাঁওত NF ৰেলৱে মজদুৰ ইউনিয়নৰ নেতৃবৰ্গক সম্বৰ্দ্ধনা
আজি বঙাইগাঁওত NF ৰেলৱে মজদুৰ ইউনিয়নৰ নেতৃবৰ্গক সম্বৰ্দ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানৰ আঁত ধৰে ফণীধৰ...