নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি গাওঁ নিবাসি কুসুম দেৱী(৬৮)ৰ আজি আবেলি নিজ বাসভৱনত মৃত্যু হয়৷উল্লেখ্য যে যোৱা ২৩ ডিচেম্বৰ আবেলি নিজ গৃহত দৈনন্দিন কৰ্মকৰি থাকোতে উচ্চ ৰক্তচাপ জনিত ৰোগত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে৷লগে লগে ওচৰচুবুৰীয়াই তৎপৰাতাৰে প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত নলবাৰীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাই৷উক্ত চিকিৎসালয়ত তিনিদিন ধৰি চিকিৎসা কৰিও কোনো সুফল নোপোৱাত আজি নিজ গৃহলৈ উভতাই অনাৰ কিছু মুহুৰ্তৰ পিচতে তেওঁৰ মৃত্যু হয়৷জিৱীত কালত অঞ্চলটোৰ সকলো ধৰ্মীয় অনুষ্ঠানতে জৰিত থকাৰ লগতে এগৰাকী নিপুণ শিপিনী হিচাবে পৰিচিত আছিল৷আজি তেওঁৰ মৃত্যুত পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মণ্ডপ,দেহাৰকুছি মনসাপীঠ,দেহাৰকুছি কালিমন্দিৰ,মহিলা সমাজ আদিকৰি অসংখ্য দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত তেওঁ পতি সহ এগৰাকী পুত্ৰ,চাৰি গৰাকী বিবাহিত জীজোঁৱাইৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बंजर कब्रिस्तान को युवाओं ने बना दिया खूबसूरत,आने वाले देख कर होंगे अचंभित
सांगोद. नगर में बंजर क़ब्रिस्तान को साफ़ सुथरा, ख़ूबसूरत बनाने के लिए युवाओं ने कब्रस्तान विकास...
પરિવાર નાં સભ્યોને બેંકનના કર્મચારીઓની ઉપસ્થિતિ માં ચેક આપ્યો
બનાસકાંઠા જિલ્લાના ભીલડી પો.સ્ટે. માં ફરજ બજાવતા એ.એસ.આઇ ધનશ્યામભાઇ બાબુભાઇ નાઓ રોડ અકસ્માતમાં...
બનાસકાંઠા LCB ટીમની સફળતા..દિયોદર ના કુવાણા નજીક હોન્ડા એકોર્ડ સિલ્વર ગાડી ઈંગ્લિશ દારુ ભરેલી કાર
બનાસકાંઠા LCB ટીમની સફળતા..દિયોદર ના કુવાણા નજીક હોન્ડા એકોર્ડ સિલ્વર ગાડી ઈંગ્લિશ દારુ ભરેલી કાર
ભાવનગર : સિહોર તાલુકામાં પીવાના પાણી મુદ્દે વિરોધ | SatyaNirbhay News Channel
ભાવનગર : સિહોર તાલુકામાં પીવાના પાણી મુદ્દે વિરોધ | SatyaNirbhay News Channel
ચાલો ડીસા વિધાનસભા ભારતીય જનતા પાર્ટીના ઉમેદવાર પ્રવીણભાઈ માળી વિશે થોડું જાણી લઈએ
ચાલો ડીસા વિધાનસભા ભારતીય જનતા પાર્ટીના ઉમેદવાર પ્રવીણભાઈ માળી વિશે થોડું જાણી લઈએ