সোণাৰি আৰক্ষী থানাৰ সন্মুখত অৱস্থিত সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰৰ আবাসী এলেকাৰ এটা কোৱাটাৰত আজি দিনৰ পোহৰত চোৰে চাফাই অভিযান চলায়। আজি দিনৰ প্ৰায় ১.৩০ বজাত স্বাস্থ্য কেন্দ্ৰটোত অৱস্থিত ৰূপদা কোঁৱৰ নামৰ নাৰ্ছ গৰাকীৰ ঘৰত কোনো নথকা অৱস্থাত চোৰে তলা ভাঙি প্ৰৱেশ কৰি ভিতৰৰ আলমাৰীটো ভাঙি তাৰ ভিতৰত থকা কেইবা লাখ টকাৰ সোণৰ আ অলংকাৰ লৈ উদাও হয়। নাৰ্ছ গৰাকীৰ গিৰিয়েক ৰণা কাকতি ঘৰলৈ আহোঁতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ইতিমধ্যে সোণাৰি আৰক্ষীৰ দল ঘটনাস্থলিত আহি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सांसद कप प्रतियोगिता का आयोजन
डिंडोरी जिले के कल्पना स्टेडियम में सांसद कप प्रतियोगिता का आयोजन किया जा रहा है जहां जिले की 24...
કડીમાં દુકાનની આડમાં મોબાઈલ એપ્લીકેશન વડે ક્રિકેટના સટ્ટાનો ખેલ, પાકિસ્તાન અને બાંગ્લાદેશની મેચનો સટ્ટો રમતો શખ્સ ઝડપાયો
કડી પોલીસે ક્રિકેટ મેચનો સટ્ટો રમાડતા ઈસમ ઉપર તરાપ મારીને ઝડપી પાડ્યો હતો. દુકાનની આડમાં...
ऐश्वर्या राय और आराध्या की फैमिली फोटो वायरल:अभिषेक बच्चन की गैरमौजूदगी से तलाक की अटकलें फिर से बढ़ीं
ऐश्वर्या राय और उनकी बेटी आराध्या की हाल ही में एक फैमिली फंक्शन की फोटो सोशल मीडिया पर काफी...
NERIST students stage rally over APPSC paper leak case
More than 1,000 students of the North Eastern Regional Institute of Science & Technology...