👉লতাশিল খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হৈছে এই বিশেষ ৰেলি

👉অনুষ্ঠানত অংশগ্ৰহণ পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মা, গুৱাহাটী মহানগৰ মেয়ৰ মৃগেন শৰনীয়া, পাৰিষদ সকলৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী সকল

👉গুৱাহাটীৰ প্ৰতি ঘৰতে যাতে আজাদী কী অমৃত মহোৎসৱ উপলক্ষত জাতীয় পতাকা উত্তোলন কৰা হয়, ইয়াৰ সচেতনতাৰ উদ্দেশ্য উলিওৱা হয় এই ৰেলি

👉এইক্ষেত্ৰত মহানগৰবাসীৰ পৰা সহযোগ পাৱ বুলি আশাবাদী গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিষ শৰ্মাৰ