আজি নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ একাদশ ত্ৰি-বাৰ্ষিক অধিবেশন খন দিনজোৰা কাৰ্য্যসূচীৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়৷তদুপলক্ষে পূৱা ছয়বজাত এটি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷পুৰুষ মহিলা উভয় শাখাতে অনুষ্ঠিত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰিৰীক নিৰ্দেশক দণ্ডীৰাম লহকৰে৷ইয়াৰ পিচতে ক্ৰমে পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু মাৰাথন দৌৰৰ বিজয়ী সকলক বটাঁ প্ৰদানৰ লগতে সকলো অংশগ্ৰহণকাৰীকে প্ৰমান পত্ৰ প্ৰদান কৰে৷উক্ত কাৰ্য্যসূচীৰ অন্তত ক্লাৱৰ সভাপতি ডা°অৰুন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত বিষয়বাচনি সভা অনুষ্ঠিত হয়৷বিষয় বাচনি সভাত পৰবৰ্তী কাৰ্য্যকালৰ বাবে ভূপেশ চন্দ্ৰ দাসক সভাপতি আৰু দিলীপ কুমাৰ ভট্টাচাৰ্যক সম্পাদক হিচাবে লৈ এখন নতুন সমিতি গঠন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাৰ শিক্ষয়ত্ৰী সাহিত্যিক নিবেদিতা শইকীয়াক দেবদাস এক অসমাপ্ত প্ৰেম গাথা ৰ বাবে শৰৎ অনুবাদ বঁটা ২০২৫প্ৰদান।
ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষয়ত্ৰী, সাহিত্যিক, অনুবাদক তথা নগাঁও ৰ বোৱাৰী,বোকাখাতৰ জিয়ৰী...
બોટાદ ના સરકારી અનાજના ગોડાઉનમાં આગ મોટા પ્રમાણમાં નુક્સાન સાંગપુર રોડ પર અનાજના ગોડાઉનમાં ભીષણ આગ
બોટાદ ના સરકારી અનાજના ગોડાઉનમાં આગ મોટા પ્રમાણમાં નુક્સાન સાંગપુર રોડ પર અનાજના ગોડાઉનમાં ભીષણ આગ
સાબરકાંઠાના હિંમતનગરમાં નવજાત શિશુને જમીનમાં દાટી દેનાર દંપતીની ધરપકડ
દીકરી બચાવો, બેટી પઢાવોના નારા લગાવવામાં આવી રહ્યા છે, ત્યારે સાબરકાંઠાના હિંમતનગરમાં જમીનમાં...
ડીસા મોદી સમાજ દ્વારા બહુચર માતાના મંદિર ખાતે રસ રોટલી પ્રસાદનું સુંદર આયોજન કરાર્યું.
ડીસા મોદી સમાજ દ્વારા બહુચર માતાના મંદિર ખાતે રસ રોટલી પ્રસાદનું સુંદર આયોજન કરાર્યું.