আজি আবেলি কামৰূপ জিলাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত ১নং ধুহিবালাত এখন ধানখেৰ ভৰ্তি বাহন দাওঁদাওঁকৈ জ্বলি ভস্মীভূত হয়৷উল্লেখ্য যে নলবাৰীৰ ফালৰ পৰা টাটা মেজিক এখনে খেৰ কঢ়িয়াই আনি থকা অৱস্থাত হঠাতে দাওঁদাওঁকৈ জ্বলি উঠাত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱা লাগে৷অৱশেষত স্থানীয় ৰাইজে জুই নুমাবলৈ সক্ষম হোৱাত সম্ভাব্য বিপদৰ পৰা অঞ্চলটো ৰক্ষা পৰে৷অবেশ্যই জুই লগাৰ আচল কাৰন জানিব পৰা নাই যদিও অতিমাত্ৰা বোজাই কঢ়িয়াই অনাৰ বাবে ঘটনাটো সংঘতিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भगवान जगन्नाथ की रथ यात्रा आज से शुरु,सोने की झाडू़ से सेवा देने से शुरू होगी रथ यात्रा
भगवान जगन्नाथ की रथ यात्रा रविवार की शाम 5 बजे शुरू होगी लेकिन उसका साक्षी बनने के लिए जनसैलाब...
ડીસાના ઝેરડા નજીક જવેલર્સની લૂંટ કરનાર વધુ ત્રણ આરોપીઓને પોલીસે ઝડપ્યા
ડીસાના ઝેરડા પાસે જવેલર્સ પાસેથી છરીની અણીએ લૂંટ કરનાર ત્રણ આરોપી ઝડપાયા બાદ ડીસા તાલુકા પોલીસે...
Damoh News : बस के अंदर फर्स में हुए छेद से नीचे गिरा बालक, ऊपर से निकल गया बस का पहिया
Damoh News : बस के अंदर फर्स में हुए छेद से नीचे गिरा बालक, ऊपर से निकल गया बस का पहिया
...
SWABHIMAN BHARAT : દક્ષિણ અમેરિકાના સુરીનામ દેશના રાષ્ટ્રપતિ ચંદ્રિકાપ્રસાદ સંતોખીએ સોમનાથ મહાદેવના દર્શન કર્યા
અહેવાલ હેતલ ચાંડેગરા
ગુજરાત : દક્ષિણ અમેરિકામાં એક દેશ આવેલો છે સુરીનામ તેના રાષ્ટ્રપતિ ચંદ્રિકા પ્રસાદ સંતોખી પરિવાર...