চাবুৱা , ৫ আগষ্ট : বিজেপি অবিচি  মৰ্চা লাহোৱাল মণ্ডলৰ সভাপতি সমৰ গোঁহাই পিতৃ বিয়োগত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই শোক প্ৰকাশ কৰিছে । আজি বিধায়ক বিনোদ হাজৰিকাই সমৰ গোঁহাই বাসগৃহ মাজপাৰাত উপস্থিত হয় । বিধায়ক গৰাকী সৈতে সংগ দিয়ে বিজেপি উপ সভাপতি সুশীল তাচা , বিজেপি লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকা লগতে বহু কেইগৰাকী বিজেপি লাহোৱাল মণ্ডলৰ কাৰ্যকতা ।