নামনি মাজুলীৰ অতিকৈ পিছপৰা ঠাই বালিজান অঞ্চল। ১৯৯৫ চনতে প্ৰতিষ্ঠিত বিদ্যালয় খন আছিল দৰিদ্ৰ দিন হাজিৰা কৰা পিতৃ-মাতৃৰ বাবে সন্তানক জীৱন গঢ়াৰ সপোনৰ কমাৰশাল। কিন্তু শিক্ষা বিভাগৰ অবিবেচক আৰু কাণ্ডজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱক সকল। তিনিজনকৈ টিউতৰ নিযুক্তি দিছিল যদিও বিদ্যালয় খনত নাই শিক্ষক। শিক্ষক বিচাৰি আৱেদন নিবেদন কৰিও নাপালে শিক্ষক। অৱশেষত খবৰ আহিল বিদ্যালয় খন আন বিদ্যালয়ৰ লগত জাপি দিয়াৰ হে জো-যা কৰিছে। জনজাতি বালিজান এম ই স্কুলখনত আছে ৭৫ জন ছাত্র-ছাত্ৰী। এই ৭৫ জন ছাত্র ছাত্ৰী লৈ ভয়ংকৰ অমানিষা নামি আহিছে। শিক্ষা অধিকাৰৰ পৰা বঞ্চিত হৱ অঞ্চলটোৰ ছাত্র ছাত্ৰী। জাপি দিব বিচৰা বিদ্যালয়লৈ যথেষ্ট দুৰ আৰু যাতায়ত অতি দুৰ্গম। সেয়েহে অঞ্চলটোৰ অভিভাৱক সকলে হাজিৰা কাম কাজ এৰি বিদ্যালয়ৰ সন্মূখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। চৰকাৰৰ এই কাণ্ডজ্ঞানহীন সিদ্ধান্ত সলনিৰ দাবী উথ্ৰাপন কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अन्नपूर्णा रसोई पर लोगो के स्वास्थ्य के साथ खिलवाड़, देखे पूरा मामला
अन्नपूर्णा रसोई पर लोगो के स्वास्थ्य के साथ खिलवाड़, देखे पूरा मामला
દાહોદ જિલ્લામાં છઠ મૈયાની પૂજા-અર્ચનાનું થયું સમાપન
દાહોદ જિલ્લામાં છઠ મૈયાની પૂજા-અર્ચનાનું થયું સમાપન
Rajasthan Result 2023: भाजपा की इस रणनीति में फंसी 'बसपा-कांग्रेस', एक तीर से लगा दिए दो निशाने
जयपुर। राजस्थान विधानसभा चुनाव में भाजपा को बम्पर सीटें मिली है। राजस्थान में भाजपा ने अशोक...
બગસરા આપાગીગા ની જગ્યા ખાતે દિવાળીની ભવ્ય ઉજવણી થશે
બગસરા આપાગીગા ની જગ્યા ખાતે દિવાળીની ભવ્ય ઉજવણી થશે
Putin : Russia की सत्ता में Vladimir Putin की वापसी और उसके मायने क्या है? (BBC Hindi)
Putin : Russia की सत्ता में Vladimir Putin की वापसी और उसके मायने क्या है? (BBC Hindi)