ফেচবুকত আলফা (স্বাধীন)-ৰ সম্পৰ্কত দিয়া এটা পোষ্টত আপত্তিজনক মন্তব্য কৰাৰ পাছতেই বিগত ডেৰ মাহে শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল প্ৰণিতা চুতীয়াই ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷ ২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত প্ৰেৰণাই ইতিমধ্যেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷চৰাইদেউ জিলা সত্ৰ ন্যায়াধিশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Banaskantha News | બનાસકાંઠાના ડીસામાં ફૂડ વિભાગના દરોડા @networknews2282
Banaskantha News | બનાસકાંઠાના ડીસામાં ફૂડ વિભાગના દરોડા @networknews2282
आंबेडकर चळवळीसाठी 30वर्ष योगदान डोंगरदीवे दांपत्याचा होणार गुण-गौरव
.......अनिल तायडे
भारतीय बौद्ध महासभा संस्थापक बोधीसत्व डॉ. बाबासाहेब आंबेडकर , राष्ट्रीय अध्यक्षा आदरणीय...
भगवानगड येथे होणार समाजाचा दशहरा मेळावा! सानप@india report
भगवानगड येथे होणार समाजाचा दशहरा मेळावा! सानप@india report