অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নিৰ্দেশনাত মাহমৰা খণ্ড উন্নয়ন কাৰ্য্যালয়ত সখী এক্সপ্ৰেছ স্কুটি বিতৰণ কৰাহয়। অসম ৰাজ্যিক গ্ৰামীন।বিকাশ অভিযান মাহমৰা উন্নয়ন খণ্ড কাৰ্য্যালয়ত সখী স্কুটি বিতৰন অনুষ্ঠানত মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ডউন্নয়ণ বিষয়া উৎপল গগৈ আৰু।অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীযোগেন মহনৰ সহধৰ্মীনি তথা।ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহক।সদস্যা অলি মহন উপস্থিত থাকে। এই অনুস্থানত অসম ৰাজ্যিক গ্ৰামীন বিকাশ অভিযানৰ অধীনত কেইবাগৰাকীও মহিলাক স্কুটি বিতৰণ কৰাহয়। এই অনুষ্ঠানত মাহমৰা উন্নয়ণখণ্ডৰ বহুকেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચુંટણીઓ થઈ જાહેર આ તારીખે આવશે પરિણામ.
ચુંટણી પંચે આજે પ્રેસ કોન્ફરન્સ કરીને.નાગાલેન્ડ,મેઘાલય અને ત્રિપુરામાં વિધાનસભા ચૂંટણીની તારીખોની...
Vivo T3 Lite 5G: MediaTek Dimensity 6300 दमदार प्रोसेसर के साथ आ रहा वीवो फोन, ऐसी होंगी खूबियां
वीवो अपने ग्राहकों के लिए Vivo T3 Lite 5G लॉन्च कर रहा है। इस फोन को कंपनी जून में लॉन्च कर रही...
અમદાવાદ નરોડાના ધારાસભ્ય બલરામ થાવાણી વિવાદમાં મદદ માંગવા ગયેલ આશા વર્કરોને મદદની માટે ચોખી ના પાડી
અમદાવાદ નરોડાના ધારાસભ્ય બલરામ થાવાણી વિવાદમાં મદદ માંગવા ગયેલ આશા વર્કરોને મદદની માટે ચોખી ના પાડી
तहसीलदार ने किया उनियारा CHC का औचक निरीक्षण
उनियारा.तहसीलदार उनियारा प्रवीण सैनी द्वारा सामुदायिक स्वास्थ्य केंद्र CHC उनियारा का औचक...