ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ উপদেষ্টা বিয়োগ 

চাবুৱা , ৫ আগষ্ট : ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ উপদেষ্টা হৰকান্ত গগৈ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তেখেতৰ মৃত্যুত আজি ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ সমিতি গভীৰ শোক প্ৰকাশ কৰিছে