সাপেখাতী শিক্ষা খণ্ডৰ উদ্যোগত মৰাণ হাবি মণ্ডল সমল ৰ এক সম্প্ৰীতি নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে ।উক্ত অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্ৰা ৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে জীপাল কৰি তোলে