ছিপাঝাৰৰ দুনীত উত্তপ্ত পৰিস্থিতি ৷

শিক্ষকক গন প্ৰহাৰ ৰাইজৰ ৷

 শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নির্যাতনৰ অভিযোগত এই পৰিস্থিতি ৷ 

শিক্ষামূলক ভ্ৰমনৰ বাবে ছানডুবিলৈ নি ছাত্ৰীৰ শালীনতা হানি শিক্ষকৰ ৷

দুনী মজলীয়া বিদ্যালয়ৰ শিক্ষক হিৰণ্য চহৰীয়াৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৷

ছানডুবীত নাৱেৰে নিৰ্জন ঠাইলৈ নি দুই ছাত্ৰীক অসৎ কাৰ্য চৰিতাৰ্থ কৰে সুৰাসক্ত শিক্ষক হিৰণ্য চহৰীয়াই।

লম্পট শিক্ষকগৰাকীক উপযুক্ত শাস্তিৰ দাবী জনাইছে অভিযুক্ত ছাত্ৰী আৰু অভিভাৱকে । আজি বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ আৰক্ষী ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দৰং আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী উপস্থিত বিদ্যালয়খনত ৷