অসম-অৰুণাচল সীমান্তৰ ককিলাৰ সমীপত নিৰ্মীয়মান ইটানগৰ হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰত আজি এএআইৰ দ্বাৰা প্ৰথমখন বিমান পৰীক্ষা সফলতাৰে অৱতৰণ কৰা হয়।উল্লেখ্য যে এই বিমান বন্দৰলৈ গহপুৰ টাউনৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ। আনুষ্ঠানিকভাৱে ১৫ আগষ্টত মুকলি কৰাৰ কথা আছিল যদিও অলপতে পাহাৰৰ পৰা বৈ অহা পানীয়ে গ্ৰীণ ফিল্ডখনৰ শেষৰ অংশত (ককিলা নৈ) যথেষ্ঠ ক্ষতি কৰিছিল। গতিকে সময়হে ক'ব কেতিয়া মুকলি হ'ব।
অসম-অৰুণাচল সীমান্তৰ ককিলাৰ সমীপত নিৰ্মীয়মান ইটানগৰ হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰত আজি এএআইৰ দ্বাৰা প্ৰথমখন বিমান পৰীক্ষা সফলতাৰে অৱতৰণ কৰা হয়।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_24a1ad73545f4985db9e50a8209cfadd.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)