অসম-অৰুণাচল সীমান্তৰ ককিলাৰ সমীপত নিৰ্মীয়মান ইটানগৰ হোলেঙী গ্ৰীণফিল্ড বিমানবন্দৰত আজি এএআইৰ দ্বাৰা প্ৰথমখন বিমান পৰীক্ষা সফলতাৰে অৱতৰণ কৰা হয়।উল্লেখ্য যে এই বিমান বন্দৰলৈ গহপুৰ টাউনৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ। আনুষ্ঠানিকভাৱে ১৫ আগষ্টত মুকলি কৰাৰ কথা আছিল যদিও অলপতে পাহাৰৰ পৰা বৈ অহা পানীয়ে গ্ৰীণ ফিল্ডখনৰ শেষৰ অংশত (ককিলা নৈ) যথেষ্ঠ ক্ষতি কৰিছিল। গতিকে সময়হে ক'ব কেতিয়া মুকলি হ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાહેરમાં જુગાર રમતા 5 જુગારીઓને રૂા. 4050ના મુદ્દામાલ સાથે ઝડપી પાડતી પોલીસ
ધાંગધ્રા નાયબ પોલીસ અધિક્ષક જે ડી પુરોહિત ના માર્ગદર્શન તથા સુચનાઓથી શહેરી વિસ્તારોમાં ગુનાહીત...
বিহুক বিকৃত ৰূপত উপস্থাপন, নাজিৰাত বিহু সুৰক্ষা সমিতিৰ প্ৰতিবাদ
ভাৰত চৰকাৰৰ উদ্যোগত ফিট ইণ্ডিয়া কাৰ্যসূচীত অসমৰ বিহুক বিকৃত ৰূপত উপস্থাপন কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি...
Honor 200 Lite का लॉन्च कन्फर्म: 50MP सेल्फी कैमरा और 256GB स्टोरेज मिलेगी इसमें
ऑनर ने अपने एक नए स्मार्टफोन की लॉन्च डेट भारत के लिए कन्फर्म कर दी है। फोन को कंपनी की 200 सीरीज...
किसी भी भाषा में हो YouTube वीडियो, आसानी से आएगा समझ; बस इस सेटिंग को करना होगा ऑन
यूट्यूब प्लेटफॉर्म पर हिंदी और इंग्लिश ही नहीं कई दूसरी भाषा में भी वीडियो मौजूद होते हैं। ऐसे...
আঙুৰলতাৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ
আঙুৰলতাৰ বিৰুদ্ধে মৰাণত প্ৰতিবাদ। একাধিক সংগঠনৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।