নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত বৰখামতি পথাৰ খ্যাত মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ আজি লাই খুটা স্থাপন কৰা হয় ৷ লখিমপুৰ জিলাৰ উদ্যোগত আৰু ধেমাজী , বিশ্বনাথ আৰু মাজুলী জিলাৰ সহযোগত অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন খনৰ আজি পুৱাৰে পৰা লাই খুটা স্থাপনৰ মাংগলিক অনুষ্ঠান আৰম্ভ হয় পতাকা উত্তোলনেৰে ৷ নাৰায়ণপুৰৰ ঐতিহাসিক বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাই ৷ মুল পতাকা উত্তোলন কৰাৰ লগতে ৭৬ খন পতাকা উত্তোলন কৰা হয় ৷ ৭৬ গৰাকী শিল্পীৰ দ্বাৰা গায়ন-বায়ন একেদৰে ৭৬ গৰাকী শিল্পীয়ে জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ পৰিৱেশন কৰাৰ উপৰিও চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰে ৷ পৰৱৰ্তী কাৰ্যসুচী অনুসৰি নাম কীৰ্তনৰ অন্তত দহ বজাত লাই খুটা স্থাপন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পৰ্যটন আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আৰু কেইবাগৰাকী সত্ৰাধিকাৰ , ধৰ্মীয় গুৰু আৰু সাহিত্য সভাৰ বিষয়ববীয়াসকল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજ્ય સરકારનો પારદર્શી અને પ્રજાલક્ષી અભિગમ નાગરિકોને ઘરઆંગણે વિવિધ સેવાઓનો લાભ સેવા સેતુ કાર્યક્રમમાં શહેરી વિસ્તારમાં ૭૧૧ અને ગ્રામ્ય વિસ્તારમાં ૧૧૦૭ સહિત ૧,૧૧૮ અરજીઓનો સ્થળ પર નિકાલ
રાજ્ય સરકાર પારદર્શી અને પ્રજાલક્ષી નિર્ણયો થકી વિકાસ કાર્યો કરી રહી છે . સેવા સેતુનો પ્રારંભ...
जालमपुरा में दिनदहाड़े घर का ताला तोड़कर चोरी की वारदात का खुलासा कर, पुलिस ने एक आरोपी को किया गिरफ्तार।
जालमपुरा में दिनदहाड़े घर का ताला तोड़कर चोरी की वारदात का खुलासा कर, पुलिस ने एक आरोपी को किया...
વલભીપુર તાલુકાના મેવાસા ગામે આયુર્વેદિક વિનામૂલ્યે સર્વરોગ નિદાન કેમ્પ યોજાયો હતો
વલભીપુર તાલુકાના મેવાસા ગામે આયુર્વેદિક વિનામૂલ્યે સર્વરોગ નિદાન કેમ્પ યોજાયો હતો
ओवर एक्टिव ब्रेन ने छीन ली है रातों की नींद, सोने के लिए दिमाग पर ऐसे पाएं काबू
How to Control Overactive Brain: क्या आप भी अपने दिमाग के ज्यादा...