ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি চৰকাৰে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী আয়োজন কৰিছিল। সেই কাৰ্যসূচীৰ লগত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীও ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা চলায়। তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্ৰন্তত পতাকা বনোৱা উদ্যোগ গঢ়ি তোলা হৈছে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ত্ৰিৰংগা বিপনী কেন্দ্ৰ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা, জিলা সভাপতি হেমন্ত কলিত, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পশ্চিম টীয়ক গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ বিতৰণ
পশ্চিম টীয়ক গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ বিতৰণ
शिवसेनेच्या औंढा तालुका अध्यक्षपदी गणेश देशमुख यांची निवड,शहरांमध्ये फटाक्याची अतिषबाजी करून जल्लोष
शिवसेनेच्या औंढा तालुका अध्यक्षपदी गणेश देशमुख यांची निवड,शहरांमध्ये फटाक्याची अतिषबाजी करून...
Israel-Hamas War Updates: Lebanon Border पर भी डटे Israel के सैनिक, हिजबुल्लाह आतंकियों से टक्कर
Israel-Hamas War Updates: Lebanon Border पर भी डटे Israel के सैनिक, हिजबुल्लाह आतंकियों से टक्कर
ಬೆಂಗಳೂರಿನ ಶ್ರೀ ಕಂಠೀರವ ಒಳಾಂಗಣ ಕ್ರೀಡಾಂಗಣದಲ್ಲಿ ಇಂದು "ವಿಶ್ವ ವಿಕಲಚೇತನರ ದಿನಾಚರಣೆ" ಕಾರ್ಯಕ್ರಮ ನಡೆಯಿತು.
ಡಿಸೆಂಬರ್ 3, 2024
ವಿಶ್ವ ವಿಕಲಚೇತನರ ದಿನಾಚರಣೆ ಕಾರ್ಯಕ್ರಮದಲ್ಲಿ ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ, ಡಿಸಿಎಂ...