ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি চৰকাৰে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী আয়োজন কৰিছিল। সেই কাৰ্যসূচীৰ লগত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীও ৰূপায়ণ কৰিবলৈ প্ৰচেষ্টা চলায়। তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন প্ৰন্তত পতাকা বনোৱা উদ্যোগ গঢ়ি তোলা হৈছে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ত্ৰিৰংগা বিপনী কেন্দ্ৰ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা, জিলা সভাপতি হেমন্ত কলিত, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
क्या अपनों ने ही हराया कन्हैयालाल मीणा को ,जानिए दौसा सीट से बीजेपी प्रत्याशी के हार का कारण
राजस्थान के दौसा लोकसभा सीट पर नवनिर्वाचित सांसद मुरारी लाल मीणा की जीत के बाद भाजपा खेमे में छाई...
'ভাৰত কেতিয়াও হিন্দু ৰাষ্ট্ৰ নাছিল আৰু কেতিয়াও নহয়, ভাৰত এটা সমুদায়ৰ বাবে নহয়', বিস্ফোৰক টুইট আছাদুদ্দিন ওৱেছিৰ
'ভাৰত কেতিয়াও হিন্দু ৰাষ্ট্ৰ নাছিল আৰু কেতিয়াও নহয়, ভাৰত এটা সমুদায়ৰ বাবে নহয়', বিস্ফোৰক টুইট...
कर्ज बाजारीपणामुळे शेतकऱ्यांची आत्महत्या.
"पैठण तालुक्यातिल तुपेवाडी तांडा येथील घटना
कर्ज बाजारीपणामुळे शेतकऱ्यांची आत्महत्या.
"पैठण तालुक्यातिल तुपेवाडी तांडा येथील घटना"...
जेठन्तरी बालाजी मंदिर में किया जम्बो कूलर भेंट
जेठन्तरी बालाजी मंदिर में किया जम्बो कूलर भेंट
कृष्णा सेवा संस्थान द्वारा जेठन्तरी...