নলবাৰী জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাবে এ পি এছ বিষয়া সুধাকৰ সিংক নিযুক্তি দিছে৷অসম চৰকাৰৰ এক জৰুৰী নিৰ্দেশনা মৰ্মে আজি সিংক উক্ত দায়িত্ব ভাৰ দিয়ে৷উল্লেখ্য যে আজি অসম চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনা মৰ্মে ৰাজ্যৰ আৰক্ষী বিভাগত ব্যাপক ৰদবদল কৰি কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সালসলনি কৰিছে৷উক্ত নিৰ্দেশনাতে সুধাকৰ সিংক নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক(SP)হিচাবে দায়িত্ব দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখা' আৰু ‘ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাট শাখা'ৰ উদ্যোগত ৰচনা প্রতিযোগিতা
‘নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখা' আৰু ‘ইলোৰা বিজ্ঞান মঞ্চ, গোলাঘাট শাখাৰ...
धनगर वाडी ते महलोर गावाकडे जाणाऱ्या रस्त्याच्या बाजूला जंगल भागात अज्ञात महिलेस जीवेठार मारून पुरावा नष्ट करण्याचा प्रयत्न
रायगड जिल्ह्यातील मुरूड तालुक्यातील धनगर वाडी ते महालोर गावाकडे जाणाऱ्या रस्त्यावर अज्ञात...
12GB तक रैम वाले फोन पर 6 हजार से ज्यादा की कर सकते हैं बचत, 1000 रुपये से कम में मिलेगा नया Smartphone
एक बार नया स्मार्टफोन खरीद लें तो इसे कम से कम 2 साल तक चलाना ही होता है। वहीं इतने लंबे समय तक...
শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ,চতুৰ্ভুজ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ সমাৰোহ সম্পন্ন। ভাগৱত আৰু সাংস্কৃতিক শুভাযাত্ৰাৰে মুখৰিত ৰহা।
ৰহা পুৰনাচাৰিআলী স্থিত সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ নামঘৰ,হুমেশ্বৰ দাস সমন্বয় ক্ষেত্ৰত ২১ জানুৱাৰী...
টেণ্ট হাউচৰ সামগ্ৰী ভাড়ালৈ নি বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ আসক্ত যুৱক
টেণ্ট হাউচৰ সামগ্ৰী ভাড়ালৈ নি বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ আসক্ত যুৱক