ত্ৰিশখন বিচনাযুক্ত দৰঙৰ খাৰুপেটীয়া প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰটো দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ তৎপৰতাত ৫০ খন বিচনাযুক্তলৈ উন্নীতকৰন কৰে চৰকাৰে৷ দিনে দিনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত বিছনাৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হয়। শনিবাৰে স্বাস্থ্য কেন্দ্ৰটোত নতুনকৈ সংযোগ কৰা ২০খন বিচনাযুক্ত বিল্ডিঙৰ কামৰ আধাৰশিলা স্থাপন কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে দলগাওঁ সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়ন হকে কাম কৰাৰ কথা উল্লেখ কৰি কয় - স্বাস্থ্য কেন্দ্ৰটো পৰিষ্কাৰ পৰিছন্নতা আদি আগতকৈ বহু উন্নত হৈছে। স্বাস্থ্য কেন্দ্ৰটোত যন্ত্ৰ পাতি আদিৰ অভাৱ সমূহ পৰ্যায় ক্ৰমে পূৰণৰ ব্যৱস্থা কৰা হব। ২৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া বিল্ডিঙৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানটিত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে স্বাস্থ্য কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ahmedabad: Doctor creates world record by conducting 20 deliveries in a day | Zee News
Ahmedabad: Doctor creates world record by conducting 20 deliveries in a day | Zee News
News: गांजा, अफीम व हेरोइन तस्करी करते 4 गिरफ्तार, नशे के कारोबार पर पुलिस लगा रही लगाम
नशा तस्करों के खिलाफ छेड़ी मुहिम के अंतर्गत बीते 24 घंटों के दौरान पुलिस ने विभिन्न जगहों पर...
ষ্টাফ কলেজত চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা
ষ্টাফ কলেজত চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা।
ডিজিটেল মাধ্যমৰ বহুল প্ৰচাৰৰ সময়ত ছবি নিৰ্মাণত...