শনিবাৰে ৰাজ্যজুৰি উদযাপিত হৈছে ছহিদ দিৱস৷বিজেপি ৰাজ্যিক যুৱমৰ্চাৰ উদ্যোগত নলবাৰীৰ বেলশৰত বিশাল আয়োজনৰে ছহিদ দিৱস উদযাপন কৰিছিল৷অনুষ্ঠানত ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ লগতে বিজেপি ৰাজ্যিক সভাপতি ভবেশ কলিতাই ও অংশগ্ৰহণ কৰিছিল৷উক্ত অনুষ্ঠানৰ দুপৰীয়া সময়ত প্ৰায়ভাগ মানুহে ভাত খাবলৈ উঠি যোৱাত চকী সমূহ খালি হৈ পৰে৷সেইসময়তেে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষন দিৱলৈ উঠি খালি চকী দেখি ক্ষোভ উজাৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केंद्रीय मंत्री शेखावत का बालोतरा पहुँचने पर कार्यकर्ताओं ने किया स्वागत
केंद्रीय पर्यटन मंत्री गजेंद्र सिंह शेखावत अपने एक दिवसीय प्रवास पर बालोतरा पहुंचने पर भाजपा...
কানৈ মহাবিদ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
ডিব্ৰুগড়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। আজি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে...
Arpita Khan Diwali party : Salman Khan की बहन अर्पिता ने रखी भव्य पार्टी। Bollywood
Arpita Khan Diwali party : Salman Khan की बहन अर्पिता ने रखी भव्य पार्टी। Bollywood
અમીરગઢના કપાસિયા ઘાટા નજીક બ્રેક ફેલ થતાં ટ્રેક્ટર પલટયું : એક વ્યક્તિનું મોત : 6 વ્યકિતઓ ઘાયલ
અમીરગઢના કપાસિયાથી ટ્રેક્ટર ટ્રોલીમાં ખેતીની ઉપજ ભરી ઇકબાલગઢ આવતા હતા. ત્યારે કપાસિયા ઘાટા પાસે...
Aaj Tak से बोलीं Mahua Majhi, Kalpna Soren के नाम पर कोई बातचीत नहीं | Aaj Tak | JMM News | ED Raid
Aaj Tak से बोलीं Mahua Majhi, Kalpna Soren के नाम पर कोई बातचीत नहीं | Aaj Tak | JMM News | ED Raid