ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সোণাৰিৰ যুৱকক তিনিচুকীয়া আৰু লক্ষীমপুৰ জিলাৰ প্ৰভাৰিৰ দ্বায়িত্ব ভাৰ প্ৰদান।

ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম আৰু অধিক তনকীয়াল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া প্ৰতিখন জিলাতে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক পৰ্যায়ৰ সক্ৰিয় সদস্যসকলক প্ৰভাৰিৰ দ্বায়িত্ব প্ৰদান কৰিছে। সমগ্ৰ অসমতে ১৯ জনকৈ ৰাজ্যিক পৰ্যায়ৰ সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াক ৰাজ্যৰ অন্যান্য জিলাসমূহত প্ৰভাৰিৰ দ্বায়িত্ব প্ৰদান কৰে। চৰাইদেউ জিলাত ৰাজ্যিক পৰ্যায়ৰ সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম কোষৰ সদস্য শ্বৰীফ কামালক লক্ষীমপুৰ আৰু তিনিচুকীয়া জিলাত সংখ্যালঘু মৰ্চাৰ সামাজিক মাধ্যম কোষৰ প্ৰভাৰি ৰূপে দায়িত্ব প্ৰদান কৰে।