হোজাই জিলাৰ বিদ্যালয় সমূহত গুণোৎসৱ উদযাপন। বৰ্তমান ৰাজ্যত চলি থকা তৃতীয়টো পৰ্যায়ৰ গুণোৎসৱ হোজাই টো অব্যাহত আছে। হোজাই ৰ ঠেপ্লাগুৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় গুণোৎসৱ সমাৰোহ । চাৰিদিনীয়া গুণোৎসৱ কাৰ্যসূচীৰ আজি তৃতীয়টো দিন । বিদ্যালয় সমূহ শিক্ষক - শিক্ষায়ত্ৰী , ছাত্ৰ - ছাত্ৰীৰ লগতে উপস্থিত থাকে শিক্ষার্থীৰ অভিভাৱক সকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীৰ আৰ্হীপ্ৰিয়া দৰ্শীনী শইকীয়াৰ কন্ঠত 'মা আমি শদিয়ালৈ যামেই'
মাজুলীত ৰিডম মাজুলীৰ উদ্যোগত গনশিল্পী খগেন মহন্তৰ ওপজা দিনত মাজুলীৰ সু গায়ক দিব্যজ্যোতি শইকীয়া...
ગોંડલમાં હોસ્પિટલના ગેરકાયદે બાંધકામને તોડવા કોર્ટનો આદેશ
ગોંડલમાં આડેધડ બાંધકામોમાં દલાતરવાડી જેવી નીતિ અપનાવાઇ હોવાની ઘટનાઓ વચ્ચે અદાલતે આકરુ વલણ દાખવતા...
নুমলীগড়ৰ অসম বায়’ ৰিফাইনেৰীৰ মুখ্য প্ৰবেশদ্বাৰত ঠিকাদাৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ বহিৰাগত নিৰ্মাণ কোম্পানীয়ে সময়মতে ঠিকাদাৰ সকলক প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপনৰে এই প্ৰতিবাদ ৷
নুমলীগড় শোধনাগাৰ পঞ্চাশ শতাংশ আৰু ফিনলেণ্ডৰ চেমপলিছ্ অ’য়’ , মেচাৰ্ছ ফুৰটন পছিশ পছিশ...
Jalna Mansoon | जोरदार वादळी वाऱ्यासह पावसाने शेतकऱ्यांच्या शेतीमालाचे अतोनात नुकसान
Jalna Mansoon | जोरदार वादळी वाऱ्यासह पावसाने शेतकऱ्यांच्या शेतीमालाचे अतोनात नुकसान