চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা স্বাস্থ্যবিভাগৰ সহযোগত চৰাইদেউ জিলাৰ অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ সম্পনে কৰা হয় । এই উদ্দেশ্যে অভয়পুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ অংগণৱাদী কৰ্মীৰ সহায়িকা আৰু মুখ্য সেৱিকা সকলে এক জৰীপৰ জড়িয়তে পুায় দুই শতাধিক দিব্যাগং ব্যক্তি আৰু অন্যান্য দিব্যাংগ পৰিচয় পত্ৰৰ বাবে নিৰ্ধাৰিত ৰাষ্টীয় পৰ্টেলত আৱেদন কৰায়। এই শিৱিৰত এনেদৰে আৱেদন জনোৱা মুঠ এশনজন দিব্যাংগ ব্যক্তিৰ পৰীক্ষা কৰাহয়। জিলা স্বাস্যবিভাগৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ এহানুদ্দিন শ্বেখ ,ডাঃ আশা শইকীয়া, ডাঃ ৰশ্মিৰেখা দত্ত। ,ডাঃ জাহাংগীৰ লস্কৰ, ডাঃগটমিল এছ আৰ উপস্থিত থাকি দিব্যাংগ সকলৰ পৰীক্ষা কৰে। এই বিশেষজ্ঞ চিকিংসকলৰ দলটিক বিশেষ ভাৱে সহযোগিতা কৰে ।জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সোনালী চেতিয়াই। পৰৱৰ্তী পৰ্য্যায়ত জিলাখনৰ অন্য তিনিটা সংহত শিশু উন্নয়ন প্ৰকল্পতো দিব্যাংগ চিনাক্তকৰণ শিৱিৰ অনুস্থিত কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনতো অৱশিষ্ট দিব্যাংগ ব্যক্তি সকলৰ বাবে ও এই শিবিৰ অনুস্থিত হয়। এইশিৱিৰত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামী , শিশু উন্নয়ণ প্ৰকল্প বিষয়া আদিকে ধৰিবিভাগীয় কৰ্মচাৰী সকল আৰু সহায়িকা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભરૂચ જિલ્લામાં ભારત ઓપ્ટિકલ્સ દ્વારા 75મા આઝાદીના અમૃત મહોત્સવ અંતર્ગત કંઈક અનોખી પહેલ
ભરૂચ જિલ્લામાં ભારત ઓપ્ટિકલ્સ દ્વારા 75મા આઝાદીના અમૃત મહોત્સવ અંતર્ગત કંઈક અનોખી પહેલ
જનડાગામે પ્રાથમિક શાળામાં આચાર્યની દાદાગીરી સામે ગામસમસ્ત વિરોધ, આચાર્યની બદલીની માંગ...
જનડાગામે પ્રાથમિક શાળામાં આચાર્યની દાદાગીરી સામે ગામસમસ્ત વિરોધ, આચાર્યની બદલીની માંગ...
ધોળા દિવસે ભરબજારમાંથી ખેડૂતના મોટરસાયકલની ડીકીમાંથી ત્રણ અજાણ્યા તસ્કરો રૂ. 2,19,000 ભરેલી કાપડની થેલી લઇ જતાં ચકચાર મચી
પાટડી તાલુકાના મીઠાઘોડાનો ખેડૂત ખારાઘોડા અને પાટડી બેંકમાંથી નાણા ઉપાડી કપડાની થેલી મોટરસાયકલની...
બગસરા પોલીસ સ્ટેશન વિસ્તારમાં જુગાર રમતા પાંચ ખેલન્દા ઓ ને પકડી પાડી જુગાર ધામ પકડી પાડતી બગસરા પોલીસ
શ્રી અશોકકુમાર સાહેબ પોલીસ મહાનિરીક્ષકશ્રી ભાવનગર વિભાગ ભાવનગર નાઓએ રેન્જના જીલ્લાઓમાં પ્રોહી તથા...
23 हजार रुपये तक के बंपर डिस्काउंट पर मिल रहे Realme के ये 5G Smartphones, ऐसे उठाएं फेस्टिव ऑफर का लाभ
स्मार्टफोन निर्माता कंपनी Realme इस फेस्टिव सीजन अपने चुनिंदा स्मार्टफोन्स पर 23000 रुपये तक की...