চৰাইদেউ জিলাৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা স্বাস্থ্যবিভাগৰ সহযোগত চৰাইদেউ জিলাৰ অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ সম্পনে কৰা হয় । এই উদ্দেশ্যে অভয়পুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ অংগণৱাদী কৰ্মীৰ সহায়িকা আৰু মুখ্য সেৱিকা সকলে এক জৰীপৰ জড়িয়তে পুায় দুই শতাধিক দিব্যাগং ব্যক্তি আৰু অন্যান্য দিব্যাংগ পৰিচয় পত্ৰৰ বাবে নিৰ্ধাৰিত ৰাষ্টীয় পৰ্টেলত আৱেদন কৰায়। এই শিৱিৰত এনেদৰে আৱেদন জনোৱা মুঠ এশনজন দিব্যাংগ ব্যক্তিৰ পৰীক্ষা কৰাহয়। জিলা স্বাস্যবিভাগৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ এহানুদ্দিন শ্বেখ ,ডাঃ আশা শইকীয়া, ডাঃ ৰশ্মিৰেখা দত্ত। ,ডাঃ জাহাংগীৰ লস্কৰ, ডাঃগটমিল এছ আৰ উপস্থিত থাকি দিব্যাংগ সকলৰ পৰীক্ষা কৰে। এই বিশেষজ্ঞ চিকিংসকলৰ দলটিক বিশেষ ভাৱে সহযোগিতা কৰে ।জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সোনালী চেতিয়াই। পৰৱৰ্তী পৰ্য্যায়ত জিলাখনৰ অন্য তিনিটা সংহত শিশু উন্নয়ন প্ৰকল্পতো দিব্যাংগ চিনাক্তকৰণ শিৱিৰ অনুস্থিত কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনতো অৱশিষ্ট দিব্যাংগ ব্যক্তি সকলৰ বাবে ও এই শিবিৰ অনুস্থিত হয়। এইশিৱিৰত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামী , শিশু উন্নয়ণ প্ৰকল্প বিষয়া আদিকে ধৰিবিভাগীয় কৰ্মচাৰী সকল আৰু সহায়িকা সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बेंगलुरु में विपक्षी दलों की बैठक में शामिल होंगी सोनिया गांधी, खरगे ने पार्टियों को भेजा निमंत्रण पत्र
बेंगलुरु, विपक्षी दलों की आगामी बैठक 17 और 18 जुलाई को होने जा रही है। यह बैठक कर्नाटक के...
બનાસકાંઠાના ડીસામાં અશાંત ધારો લાગુ કરવા પૂર્વ ધારાસભ્ય મુખ્યમંત્રી સહિત જિલ્લાના અધિકારીઓને રજુઆત
બનાસકાંઠાના ડીસામાં અશાંત ધારો લાગુ કરવા પૂર્વ ધારાસભ્ય મુખ્યમંત્રી સહિત જિલ્લાના અધિકારીઓને રજુઆત
સૌરાષ્ટ્ર Express 50 @ 7.30 PM - 07-11-2022@Sandesh News
સૌરાષ્ટ્ર Express 50 @ 7.30 PM - 07-11-2022@Sandesh News
প্ৰাক্তন ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ দেহাৱসান
মস্কো, ৩১ আগষ্ট। ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু শীতল যুদ্ধৰ অন্ত পেলোৱা মিখাইল...