বাৰ্মিংহামৰ হিটছত প্ৰথম স্থানেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমাৰ। হিমা দাসে ২৩.৪২ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ কিছু দৃশ্য।