ইণ্টাৰনেট সেৱা বন্ধ হব । মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰে এই কথা।

অসম চৰকাৰৰ হব লগীয়া ২৬হাজাৰ চাকৰি ৰ লিখিত পৰীক্ষাৰ বাবে এই সিদ্ধান্ত অসম চৰকাৰৰ ।

অহা ২১,২৮আগষ্টত আৰু ১১ছেপ্টেম্বৰ ত হব লগীয়া অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ কাৰণে এই পদক্ষেপ ।

পৰীক্ষা অনুষ্ঠিত হোৱা পৰীক্ষা কেন্দ্ৰৰ প্ৰায় ১০০মিটাৰ ব্যাসাৰ্ধত বন্ধ হব ইণ্টাৰনেট সেৱা ।।।