নলবাৰী জিলাৰ অন্তৰ্গত দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাধীন দেহাৰকুছি গাওঁ নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী মুনীন্দ্ৰ শৰ্মা(পুতুল)ৰ মংগলবাৰে দিনৰ ভাগত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ৷তেওঁৰ মৃত্যুৰ খৱৰ পোৱাৰ পিচতে অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷অৱশেষত সন্ধিয়া পৰত তেওঁৰ নশ্বৰদেহ অজস্ৰ গুনমুগ্ধৰ উপস্থিতিত সৎকাৰ কৰে৷তেওঁৰ মৃত্যুত অঞ্চলটোৰ দল সংগঠনেে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખંભાતમાં વરલી માટલા જુગારધામ પર LCBની રેડ : 10 ઈસમોને 26,400/- રોકડ રકમ સાથે ઝડપી પાડ્યા.
ખંભાત શહેરના લાલ દરવાજા ખાતે વરલી માટલાના જુગારધામ પર આણંદ એલ.સી.બીએ રેડ કરી છે.જેમા રફીક ઉર્ફે...
ग्राम रोजगार सहायक को कारण बताओ सूचना पत्र जारी
मुख्य कार्यपालन अधिकारी जिला पंचायत संघ प्रिय ने जनपद पंचायत गुनौर अंतर्गत ग्राम पंचायत...
12 Foods For Better Skin Health
12 Foods For Better Skin Health
બાથરૂમ માં પતિને આવી હાલતમાં પત્ની જોઈ ગઇ તો પતિએ તલાક આપી દીધા.
બાથરૂમ માં પતિને આવી હાલતમાં પત્ની જોઈ ગઇ તો પતિએ તલાક આપી દીધા.
মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চিতাৰ মৃত্যু
মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চিতাৰ মৃত্যু কুনোত পুনৰ মৃত্যু আন এটা চিতা বাঘৰ, বিগত ৪...