নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী মুনীন্দ্ৰ শৰ্মা(৫৪)ৰ আজি দিনৰ ভাগত গুৱাহাটী মহানগৰীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷বহুত দিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত শৰ্মাই কিছুদিন আগৰে পৰা বেচৰকাৰী চিকিৎসালয় খনত চিকিৎসাধীন হৈছিল৷আজি তেওঁৰ মৃত্যুৰ পিছতে জন্মস্থান দেহাৰকুছি অঞ্চলত শোকৰ ছাঁ পৰে৷তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগতে অজস্ৰ ব্যক্তি , দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুই পুত্ৰ কন্যা সমন্বিতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उसने पैसे मागितल्याने कुकरी कोयत्याने मारहाणीचा प्रयत्न; ॲट्रॉसिटी ॲक्टनुसार गुन्हा@india report
उसने पैसे मागितल्याने कुकरी कोयत्याने मारहाणीचा प्रयत्न; ॲट्रॉसिटी ॲक्टनुसार गुन्हा@india report
Rap Song On Eknath Shinde | संभाजीनगरच्या युवकाला एकनाथ शिंदेंविरोधात रॅप करणं पडलं महागात
Rap Song On Eknath Shinde | संभाजीनगरच्या युवकाला एकनाथ शिंदेंविरोधात रॅप करणं पडलं महागात
এটা মৰম লগা ভিডিঅ'। নিজৰ ভুলৰ বাবে শিক্ষয়িত্ৰীৰ ওচৰত ক্ষমা খুজিছে এটি কণমানিয়ে।
এটা মৰম লগা ভিডিঅ'। নিজৰ ভুলৰ বাবে শিক্ষয়িত্ৰীৰ ওচৰত ক্ষমা খুজিছে এটি কণমানিয়ে।
বজালীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই ভাই-ককাইৰ কৰুণ মৃত্যু
বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে...