নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি নিবাসী তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী মুনীন্দ্ৰ শৰ্মা(৫৪)ৰ আজি দিনৰ ভাগত গুৱাহাটী মহানগৰীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷বহুত দিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত শৰ্মাই কিছুদিন আগৰে পৰা বেচৰকাৰী চিকিৎসালয় খনত চিকিৎসাধীন হৈছিল৷আজি তেওঁৰ মৃত্যুৰ পিছতে জন্মস্থান দেহাৰকুছি অঞ্চলত শোকৰ ছাঁ পৰে৷তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগতে অজস্ৰ ব্যক্তি , দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুই পুত্ৰ কন্যা সমন্বিতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Harry Potter Bridge : Scotland के इस पुल की मरम्मत क्यों हो रही है? (BBC Hindi)
Harry Potter Bridge : Scotland के इस पुल की मरम्मत क्यों हो रही है? (BBC Hindi)
ગૌરવ પુરસ્કાર ની જાહેરાત
ગુજરાત સાહિત્ય અકાદમી દ્વારા ગૌરવ પુરસ્કારની જાહેરાત, પ્રસિદ્ધ વાર્તાકાર મોહન પરમારને સાહિત્ય...
Adani stocks: Adani Group की सभी कंपनियों के शेयर हरे निशान पर बंद | Khabron Ki Khabar
Adani stocks: Adani Group की सभी कंपनियों के शेयर हरे निशान पर बंद | Khabron Ki Khabar