চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ সৰ্বোদয় পঞ্চায়তৰ অন্তৰ্গত ১নং খুমটাই পথ নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ১নং খুমটাইৰ আপোন পথ নামৰ উপপথ টোৰ নিৰ্মানত সৰ্বোদয় গাঁও পঞ্চায়তে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ। পঞ্চায়তটো এনৰেগা আচনিৰ অধীনত ৫লাখ ২৬ হেজাৰ টকাৰে নিৰ্মান কৰা পথটো সম্পূৰ্ণ নকৰাত ৰাইজ যোগাযোগৰ ক্ষেত্ৰত চৰম সমস্যাৰ সৃষ্টি হৈছে। খৰলীৰ দিনতো একাঠু পানীৰ মাজেৰে আহিব লগা হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। প্ৰতিবাদ মুখৰ ৰাইজে শীঘ্ৰে নিৰ্মান।সম্পূৰ্ণ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিক।আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अब फ्री नहीं रहा Google Chrome, हर महीने चुकाने होंगे इतने रुपये; जानिए किसके लिए आया नया फीचर
क्रोम में एंटरप्राइज प्रीमियम (Enterprise Premium) नाम से एक नया फीचर जोड़ा गया है जो कि पेड है।...
ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত প্ৰভাতফেৰী ১১আগষ্ট পুৱা ৫ বজাত অনুষ্ঠিত কৰা হব
ভাৰতীয় জনতা পাৰ্টি মৰাণ নগৰ মণ্ডলৰ উদ্যোগত প্ৰভাতফেৰী ১১আগষ্ট পুৱা ৫ বজাত অনুষ্ঠিত কৰা হব #moranhat
Manish Malhotra की Grand Diwali Party में इन Celebrities ने लगाए चार चांद
Manish Malhotra की Grand Diwali Party में इन Celebrities ने लगाए चार चांद
अहमदनगर करंजगाव येथील जयेश खरे याने गायलेलं चंद्रा सिनेमातील गाणं होतंय व्हायरल
अहमदनगर करंजगाव येथील जयेश खरे याने गायलेलं चंद्रा सिनेमातील गाणं होतंय व्हायरल