চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ সৰ্বোদয় পঞ্চায়তৰ অন্তৰ্গত ১নং খুমটাই পথ নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ১নং খুমটাইৰ আপোন পথ নামৰ উপপথ টোৰ নিৰ্মানত সৰ্বোদয় গাঁও পঞ্চায়তে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ। পঞ্চায়তটো এনৰেগা আচনিৰ অধীনত ৫লাখ ২৬ হেজাৰ টকাৰে নিৰ্মান কৰা পথটো সম্পূৰ্ণ নকৰাত ৰাইজ যোগাযোগৰ ক্ষেত্ৰত চৰম সমস্যাৰ সৃষ্টি হৈছে। খৰলীৰ দিনতো একাঠু পানীৰ মাজেৰে আহিব লগা হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। প্ৰতিবাদ মুখৰ ৰাইজে শীঘ্ৰে নিৰ্মান।সম্পূৰ্ণ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিক।আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আম আদমী পাৰ্টীত যোগদান কাৰ্যসূচী
আম আদমী পাৰ্টীত যোগদান কাৰ্যসূচী
ৰাজ্যিক নেত্ৰী তথা মুখপাত্ৰ পলাক্ষী দাসে আন চাৰিগৰাকী...
Karnataka Election: मतगणना से पहले सियासी हलचल तेज, 'किंगमेकर' के बयान से अचानक कांग्रेस-भाजपा में खलबली
नई दिल्ली, Karnataka Assembly Election 2023 कर्नाटक में मतगणना से पहले ही सियासी हलचल तेज हो...
श्रीजी हॉस्पिटल में विशाल निःशुल्क जांच एवं परामर्श शिविर आयोजित
आज कोटा हार्ट इंस्टीट्यूट ग्रुप के नए अस्पताल श्रीजी हॉस्पिटल, प्लॉट नं. सी-163ए रोड़ नं. 5,...
બગસરા ધમકી તેમજ એટ્રોસીટી એક્ટના ગુન્હાના આરોપીને પકડી પાડતી પોલીસ.
બગસરા પોલીસ સ્ટેશનના ધમકી તેમજ એટ્રોસીટી એક્ટના ગુન્હાના આરોપીને અગ્નીશસ્ત્ર સાથે પકડી પાડતી...