কলাই গাওঁৰ বালিপাৰাত বিটিচি SOPD পুজিৰে প্ৰায় ৪৫ লাখ টকা ব্যায় সাপেক্ষে বালিপাৰা চ'কৰ পৰা দুলাল মণ্ডলৰ ঘৰলৈ নিৰ্মাণ হব লগা পথটিৰ আজি আধাৰশিলা স্থাপন কৰে ই এম দিগন্ত বৰুৱাই