আঙুৰলতা ডেকাৰ বাসগৃহ ঘেৰাও কৰিব আটাছুৱে। এই কথা জানিবলৈ দিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ নেতৃত্বই। বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত সাব্যস্ত কৰা কংগ্ৰেছ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচীত আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়াৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আটাছুৱে। আনহাতে আঙুৰলতা ডেকাই ক্ষমা নোখোজা পৰ্যন্ত আটাছু ক্ষান্ত নহয় আৰু আহোম জনগোষ্ঠীক লৈ ৰাজনীতি নকৰিবলৈ সকিয়াই দিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોત્રી-જેપી રોડ પોલીસ સ્ટેશનના D ડિવિઝનનાં ACP એ.વી રાજગોરનો વિદાય સમારોહ યોજાયો | Spark Today News
ગોત્રી-જેપી રોડ પોલીસ સ્ટેશનના D ડિવિઝનનાં ACP એ.વી રાજગોરનો વિદાય સમારોહ યોજાયો | Spark Today News
বৰটিমনত অনুষ্ঠিত হবলগীয়া কৰম পৰৱৰ কাৰ্যসূচীৰ সালসলনি
সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজাৰ উদ্যোগত অহা ২৬ চেপ্তেম্বৰত আয়োজন কৰা কৰম...
Delhi Rohini Blast News: ना रिमोट ना डिवाइस, दिल्ली के रोहिणी में कैसे हुआ धमाका? | Aaj Tak
Delhi Rohini Blast News: ना रिमोट ना डिवाइस, दिल्ली के रोहिणी में कैसे हुआ धमाका? | Aaj Tak