সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজাৰ উদ্যোগত অহা ২৬ চেপ্তেম্বৰত আয়োজন কৰা কৰম পৰৱৰ কাৰ্যসূচীৰ কিছু সালসলনি কৰা হৈছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এই সালসলনি কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আটজা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতি তথা বৰটিমন বাগিছা চাহ মজদুৰ সংঘ আৰু বৰটিমন, সাপেখাতিবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে ১৬ তম বাৰ্ষিক কৰম পৰৱ। বৰটিমন বাগিছা খেলপথাৰত আয়োজন কৰা এই অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক সকলে। সবিশেষ জানিবলৈ ওপৰৰ ভিডিঅ'চাওক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ ખાતે આવેલ ચાંદલોડિયા વિસ્તારમાં સરકારી અનાજના માફિયાઓ થયા બેફામ. જોવો સ્ટિંગ ઓપરેશન live..!
અમદાવાદ ખાતે આવેલ ચાંદલોડિયા વિસ્તારમાં સરકારી અનાજના માફિયાઓ થયા બેફામ. જોવો સ્ટિંગ ઓપરેશન live..!
सुंदरकांड महिला मंडल के नंदोत्सव मे बही भजनो की बयार
सुंदरकांड महिला मंडल के नंदोत्सव मे बही भजनो की बयार
कीर्ति सुखवाल बनी महिला मंडल की...
Jammu Kashmir Encounter: सामने आया बारामूला एनकाउंटर का वीडियो, देखिए कैसे ढेर हुए आतंकी? | Aaj Tak
Jammu Kashmir Encounter: सामने आया बारामूला एनकाउंटर का वीडियो, देखिए कैसे ढेर हुए आतंकी? | Aaj Tak
21 September 2022 | latest news, headline in hindi, Top10 News|Bharat Jodo Yatra | Politics |#DBLIVE
21 September 2022 | latest news, headline in hindi, Top10 News|Bharat Jodo Yatra | Politics |#DBLIVE