বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা ভৰালঁটোলা শ্ৰীশ্ৰী গোপাল নামঘৰৰ নৱনিৰ্মীত মণিকুটটো আজি সম্পূৰ্ণ আধ্যাত্মিক ৰীতিনীতি অনুযায়ী উদ্বোধন কৰে৷তদুপলক্ষে আজি পূৱা ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পিচতে এক বৰ্নিল ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই৷উল্লেখ্য যে চুবুৰিটোৰ একাংশ ধৰ্মপ্ৰাণ লোকৰ প্ৰচেষ্টাত তাহানিতে নামঘৰটো প্ৰতিষ্ঠা কৰিছিল৷আনহাতে নামঘৰটোৰ সভাঘৰটো সম্পূৰ্ণ হৈ আছিল৷কেৱল মণিকুটটো অসম্পূৰ্ণ অৱস্থাত আছিল৷অৱশেষত চুবুৰিটোৰ ধৰ্মপ্ৰাণ ব্যক্তি প্ৰমোদ ডেকাই তেওঁৰ পৰিয়ালৰ সহযোগত প্ৰয়াত অভিৰাম ডেকা আৰু অযোধ্যা বালা ডেকাৰ পবিত্ৰ স্মৃতিত মণিকুটটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি ৰাইজক অৰ্পণ কৰে৷পুৰুহিতৰ মন্ত্ৰোচ্চাৰণ,আয়তীৰ উৰুলি,ভাগৱত পাঠ আদি আধ্যাত্মিক পৰিবেশৰ মাজত মণিকুট উদ্বোধনী অনুষ্ঠানত অসংখ্য ৰাইজৰ সমাগম ঘটে৷নিশা দুটি আমন্ত্ৰিত নাগাৰা নাম দলৰ নাগাৰানাম প্ৰদৰ্শন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપલેટા શહેર અને તાલુકા કોંગ્રેસ દ્વારા આવેદન પત્ર આપી વડાપ્રધાન સૂધી ભાવ વધારો પાછો ખેંચવા રજૂઆત
ઉપલેટા શહેર અને તાલુકા કોંગ્રેસ દ્વારા આવેદન પત્ર આપી વડાપ્રધાન સૂધી ભાવ વધારો પાછો ખેંચવા રજૂઆત
कोटा कलेक्ट्री पर राशन डीलर ने कटोरा लेकर मांगी भीख @news @BBCHindi @ravishkumar.official
कोटा कलेक्ट्री पर राशन डीलर ने कटोरा लेकर मांगी भीख @news @BBCHindi @ravishkumar.official
Modi 3.0 Cabinet: JDU को मोदी कैबिनेट में मिले कौन से मंत्रालय? | NDA Govt | Aaj Tak
Modi 3.0 Cabinet: JDU को मोदी कैबिनेट में मिले कौन से मंत्रालय? | NDA Govt | Aaj Tak
iQOO Z9 Lite 5G: 10 हजार रुपये से कम में आ रहा 50MP कैमरा वाला फोन, आज होगा लॉन्च
iQOO आज अपने ग्राहकों के लिए एक नया 5G फोन ला रहा है। iQOO Z9 Lite 5G कंपनी की ओर से एक सस्ता फोन...
E-Pack Durable Business Outlook | भीषण गर्मी इस साल संभव, क्या डबल होगी कंपनी की Sales Growth?
E-Pack Durable Business Outlook | भीषण गर्मी इस साल संभव, क्या डबल होगी कंपनी की Sales Growth?