অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পুৰ্নাংগ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি আৰু নাৰায়ণপুৰ শিক্ষাখন্ডৰ উদ্যোগত অনুষ্ঠিত মাধৱদেৱ বিশ্ববিদ্যালয়ত শৈক্ষিক উন্নয়ণ সভা ৷ শিক্ষাখন্ডটোৰ অন্তৰ্গত প্ৰাথমিক মধ্য ইংৰাজী আৰু মজলীয়া প্ৰধান শিক্ষকসকলক লৈ অনুষ্ঠিত সভা খনত ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত আলোকপাত কৰাৰ লগতে শিক্ষা ব্যৱস্থা উন্নয়ণ সম্পৰ্কত আলোচনা কৰা হয় ৷ সভাখনত আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক অমিয় কুমাৰ ভূঞা সম্পাদক মাখন তামুলী আৰু কেইবাজনো শিক্ষাবিদ সমল ব্যক্তিৰ লগতে শিক্ষাখন্ডটোৰ শিক্ষা বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખંભાતમાં મોબાઈલ લઈ આપવાના બહાને મહિલા સાથે દુષ્કર્મ ! ફરિયાદ નોંધાઇ.
રાજ્યમાં મહિલાઓ, દીકરીઓ, બાળાઓ સાથે એકાએક દુષ્કર્મ-બળાત્કારના કિસ્સાઓ સામે આવી રહ્યા છે.ખંભાતમાં...
અમરેલી જેશિંગપરા ખાતે જય ભગીરથ શરાફી સહકારી મંડળી લી. ની ૧૪ મી વાર્ષિક સાધારણ સભા નું આયોજન કરાયું હતું.
અમરેલી જેશિંગપરા ખાતે જય ભગીરથ શરાફી સહકારી મંડળી લી. ની ૧૪ મી વાર્ષિક સાધારણ સભા નું આયોજન...
प्रधानमंत्री मोदी की आज काशी में आभार यात्रा, देशभर के किसानों को देंगे ये तोहफा
लगातार तीसरी बार प्रधानमंत्री बनने के बाद नरेंद्र मोदी पहली बार मंगलवार को अपने संसदीय क्षेत्र...
प्रेग्नेंसी से पहले और बाद दोनों ही टाइम पीरियड को मुश्किल बना सकती है खराब ओरल हेल्थ, न करें इसे इग्नोर
जब आप प्रेग्नेंसी के बारे में सोचते हैं, तो हेल्थ एक्सपर्ट सबसे पहले आपको अपनी ओवरऑल हेल्थ...