অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পুৰ্নাংগ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি আৰু নাৰায়ণপুৰ শিক্ষাখন্ডৰ উদ্যোগত অনুষ্ঠিত মাধৱদেৱ বিশ্ববিদ্যালয়ত শৈক্ষিক উন্নয়ণ সভা ৷ শিক্ষাখন্ডটোৰ অন্তৰ্গত প্ৰাথমিক মধ্য ইংৰাজী আৰু মজলীয়া প্ৰধান শিক্ষকসকলক লৈ অনুষ্ঠিত সভা খনত ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত আলোকপাত কৰাৰ লগতে শিক্ষা ব্যৱস্থা উন্নয়ণ সম্পৰ্কত আলোচনা কৰা হয় ৷ সভাখনত আদৰণি সমিতিৰ সভাপতি তথা বিধায়ক অমিয় কুমাৰ ভূঞা সম্পাদক মাখন তামুলী আৰু কেইবাজনো শিক্ষাবিদ সমল ব্যক্তিৰ লগতে শিক্ষাখন্ডটোৰ শিক্ষা বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
૪૦ જેટલા ગુનાઓમાં સંડોવાયેલ અને પાંચ ગુનામાં વોંટેડ
બોટાદના કુખ્યાત ગુનેગારને વૈષ્ણોદેવી સર્કલ પાસેથી ઝડપી
પાડતી A.T.S
વૈષ્ણોદેવી સર્કલ કે.ડી. હોસ્પીટલ પાસેથી (૧) ચોટીલા પો.સ્ટે.
ગુ.ર.નં. ૧૧૨૧૧૦૦૯૨૦૦૦૩૪/૨૦૨૦ તથા (૨)...
पंजाब और हरियाणा में NIA की छापेमारी, आतंकवादी अर्शदीप सिंह डाला और मनप्रीत सिंह के ठिकानों पर पहुंची टीम
राष्ट्रीय जांच एजेंसी (NIA) ने पंजाब और हरियाणा में करीब 10 जगहों पर तलाशी ली। इस दौरान NIA की...
ৰহা সাৰ্বজনীন শ্ৰীশ্ৰী দূৰ্গা পূজা উৎসব উদযাপন সমিতিৰ দুৰ্গা পূজাৰ উদযাপনৰ প্ৰস্তুতি আৰম্ভ, সভা অনুষ্ঠিত।মুল সমিতি সহ পাঁচখন উপ সমিতি গঠন।১৪অক্টোবৰত মহালয়া। ২০অক্টোবৰৰ পৰা শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পূজা।
২০ অক্টোবৰ ৰ পৰা আৰম্ভ হব লগা পাঁচ দিনীয়া শাৰদীয় দুৰ্গোৎসব ক লৈ বৃহতৰ ৰহা, চাপৰমুখ ৰ...
মৰানত সন্দেহজনক দুই ডকাইতক আটক কৰি ৰাইজে মৰানহাট আৰক্ষীক গটালে
মৰানত সন্দেহজনক দুই ডকাইতক আটক কৰি ৰাইজে মৰানহাট আৰক্ষীক গটালে