সোণাৰিত যুৱতী অগ্নিদগ্ধ

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

বৰাহী চাহ বাগিছাত এগৰাকী যুৱতী অগ্নিদগ্ধ : সংকট জনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি ।

চৰাইদেউ জিলাৰ বৰাহী চাহ বাগিছা লাইনত আজি পাকঘৰত ভাত ৰান্ধি থকা অৱস্থাত চৌকাৰ পৰা যুৱতী গৰাকীৰ কাপোৰত জুই লাগে । ডালিমী মানকী নামৰ যুৱতী গৰাকীক সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় ।  প্ৰায় ৬০ শতাংশ দেহৰ অংগ জুই দহে । প্ৰায় ১ ঘন্টা ধৰি জিলা চিকিৎসালয় খনত এম্বুলেঞ্চ বিচাৰি দৰিদ্ৰ পৰিয়ালটোৱে হাহাকাৰ কৰিব লগিয়া হৈছে । ১০৮ সেৱাত এম্বুলেঞ্চ বিচাৰি কোনো সহাৰি পোৱা নাই ।