চৰাই দেউ জিলাৰ সদৰ সোনাৰীৰ ধোদৰ আলিৰ কাষতে থকা পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ চোৰে তাণ্ডৱ চলালে। ঘটনাৰ বিৱৰণী অনুসৰি চৰাইদেউ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান পদ্মকুমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰৰ এটা দলে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে নিশা চোৰৰ দলটোৱে বিদ্যালয়ত তলাভাঙি প্ৰৱেশ কৰি অধ্যক্ষৰ কোঠাৰ সংলগ্ন হৈথকা কোঠাৰ তলা।ভাঙি প্ৰৱেশ কৰি বিভিন্ন গুৰুত্ব পূৰ্ণ নথি পত্ৰ লণ্ডভণ্ড কৰাৰ লগতে চি চি টিভি আৰু কম্পিউটাৰৰ বহু মূল্যৱান সামগ্ৰী আদি চুৰি কৰি নিয়ে পুৱা।বিদ্যালয় কতৃপক্ষই বিদ্যালয়ত সংঘটিত হোৱা চুৰি কাণ্ডৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰে।ইতিমধ্যে সোনাৰী আৰক্ষীয়ে বিদ্যালয়ত অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্য্যন্ত। চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्री संत सेवालाल महाराज प्रवेशद्वार बोरतळा पाटी भुमीपुजन सोहळा आ. संजय बनसोडे यांच्या हस्ते संपन्न
श्री संत सेवालाल महाराज प्रवेशद्वार बोरतळा पाटी भुमीपुजन सोहळा आ. संजय बनसोडे यांच्या हस्ते संपन्न
MCN NEWS: विद्युत तार तुटून एक पाच वर्षीय चिमुकला जागीच ठार
MCN NEWS: विद्युत तार तुटून एक पाच वर्षीय चिमुकला जागीच ठार
सचिन पायलट के बयान पर ऊर्जा मंत्री हीरालाल नागर का हमला, बोले- 5 साल उनकी क्या दुर्दशा हुई
टोंक। राजस्थान के ऊर्जा एवं जिला प्रभारी मंत्री हीरालाल नागर रविवार को टोंक पहुंचे। इस दौरान...
Maryam Nawaz: पाकिस्तान के इतिहास में पहली बार एक महिला बनीं पंजाब प्रांत की मुख्यमंत्री, PTI के नेता को दी करारी हार
लाहौर। पाकिस्तान के पंजाब प्रांत की पहली महिला मुख्यमंत्री वरिष्ठ पीएमएल-एन नेता मरियम...